PM Modi chairs PRAGATI meet, projects pertaining to Railways, MORTH, Power reviewed
PM Modi reviews the Pradhan Mantri Bhartiya Jan Aushadhi Pariyojana during PRAGATI meet
Up to the 34th edition of PRAGATI meetings, 283 projects having a total cost of 13.14 lakh crore have been reviewed

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সক্ৰিয় প্ৰশাসন আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত  আঁচনিৰ সঠিক সময়ত ৰূপায়ণৰ বাবে আইচিটিভিত্তিক বহুপাক্ষিক মঞ্চৰ ৩৫সংখ্যক বৈঠকত অধ্যক্ষতা কৰে৷

বৈঠকত ৯টা প্রকল্প আৰু ১টা কাৰ্যসূচীকে ধৰি ১০টা বিষয়ত পর্যালোচনা কৰা হয়। পর্যালোচনা কৰা ৯টা প্ৰকল্পৰ ভিতৰত ৰে’ল মন্ত্ৰালয়ৰ তিনিটা, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তিনিটা,  আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ মন্ত্ৰালয়, বিদ্যুৎ মন্ত্ৰালয় আৰু বিদেশ মন্ত্ৰালয়ৰ এটাকৈ আছে। ওড়িশা, কর্ণাটক, অন্ধ্র প্রদেশ, মহাৰাষ্ট্র, চত্তীশগড়, পাঞ্জাৱ, ঝাৰখণ্ড, বিহাৰ, তেলেংগানা, ৰাজস্থান, গুজৰাট, পশ্চিমবংগ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু উত্তৰ প্রদেশসহ ১৫খন ৰাজ্যত এই ৯টা প্রকল্পৰ বাবে মুঠ ৫৪,৬৭৫কোটি টকা ব্যয় হ’ব। বৈঠকত প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি আঁচনিৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে৷

 

প্রধানমন্ত্রীয়ে আন্তঃগাঁথনিমুলক প্রকল্পসমূহ ৰূপায়ণত দেখা দিয়া সমস্যাসমূহৰ দ্রুত সমাধান কৰিবলৈ সকলো বিষয়াক নির্দেশ দিয়ে৷ তেওঁ প্রধানমন্ত্রী ভাৰতীয় জন ঔষধি আঁচনিৰ বিষয়ে যথেষ্ট প্রচাৰৰ বাবে ফাৰ্মাচিউটিকেল বিভাগ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰামর্শ দিয়াৰ লগতে এই কামত প্রযুক্তিৰ ব্যৱহাৰ কৰিবলৈ কয়৷

উল্লেখ্য যে প্রগতিৰ ৩৪সংখ্যক বৈঠকত মুঠ ১৩.১৪ লাখ কোটি টকাৰ ২৮৩টা প্রকল্পৰ পর্যালোচনা কৰা হৈছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tariff cuts on pharma, gems, and aircraft parts in India-US interim trade deal

Media Coverage

Tariff cuts on pharma, gems, and aircraft parts in India-US interim trade deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates India’s U-19 Cricket Team on World Cup Victory
February 06, 2026

The Prime Minister, Shri Narendra Modi, has lauded the outstanding performance of India’s Under-19 cricket team for clinching the World Cup title.

Prime Minister commended the team for playing very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too, he added.

In a message on X, Shri Modi said:

“India’s cricketing talent shines!

Proud of our U-19 team for bringing home the World Cup. The team has played very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too. Best wishes to the players for their upcoming endeavours.”