প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ত মহিলা পেৰা কেন’ কে এল ২ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বাবে প্ৰাচী যাদৱক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -
‘পেৰা কেন’ মহিলা কে এল ২ ইভেণ্টত সন্মানীয় স্বৰ্ণ পদক জয় কৰাৰ বাবে প্ৰাচী যাদৱলৈ অভিনন্দন। এয়া আছিল এনে এক ব্যতিক্ৰমী প্ৰদৰ্শন, যিয়ে ভাৰতক গৌৰৱান্বিত কৰি তুলিছে। আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা। 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's yuva shakti continues to make global impact: PM Modi

Media Coverage

India's yuva shakti continues to make global impact: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2026
July 19, 2026

Exports Booming, Skies Opening, Energy Transforming — PM Modi’s India in Full Flight