প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূৰ্য কান্তৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কৈছে:
ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূৰ্য কান্তৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলো। তেওঁৰ আগন্তুক কাৰ্যকালৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।
Attended the oath taking ceremony of Justice Surya Kant as the Chief Justice of India. Best wishes to him for his tenure ahead. pic.twitter.com/62yeSlfmsx
— Narendra Modi (@narendramodi) November 24, 2025


