সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে অতি উদ্যমেৰে সংক্ৰান্তি আৰু পোংগল উদযাপন কৰে: প্ৰধানমন্ত্ৰী
এয়া এক আমাৰ সংস্কৃতিৰ কৃষি পৰম্পৰাত গভীৰভাৱে শিপাই থকা কৃতজ্ঞতা, প্ৰাচুৰ্য আৰু নতুনত্বৰ উদযাপন: প্ৰধানমন্ত্ৰী

আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্ৰীযুত জি কিষাণ ৰেড্ডীৰ বাসগৃহত আয়োজিত সংক্ৰান্তি আৰু পোংগল উদযাপনত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে সংক্ৰান্তি আৰু পোংগল অতি উলহ মালহেৰে উদযাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ই আমাৰ সংস্কৃতিৰ কৃষি পৰম্পৰাত গভীৰভাৱে শিপাই থকা কৃতজ্ঞতা, প্ৰাচুৰ্য আৰু নতুনত্বৰ উদযাপন।

 

প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্সত এটা পোষ্টত উল্লেখ কৰে -

"মোৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্ৰী জি কিষাণ ৰেড্ডী গাৰুৰ বাসগৃহত আয়োজিত সংক্ৰান্তি আৰু পোংগল উদযাপনত অংশ কৰো। লগতে এক উৎকৃষ্ট সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হও।"

 

সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে অতি উলহ-মালহেৰে সংক্ৰান্তি আৰু পোংগল উদযাপন কৰে। এয়া হৈছে আমাৰ সংস্কৃতিৰ কৃষি পৰম্পৰাত গভীৰভাৱে শিপাই থকা কৃতজ্ঞতা, প্ৰাচুৰ্যতা আৰু নতুনত্বৰ এক অনবদ্য উদযাপন।

 

সংক্ৰান্তি আৰু পোংগলৰ শুভেচ্ছা জনালো সদৌটিকে। সকলোৰে সুখ সমৃদ্ধি, সুস্বাস্থ্য আৰু আগন্তুক শস্য চপোৱাৰ প্ৰাচুৰ্য কামনা কৰিলোঁ।"

@kishanreddybjp

 

 

"সংক্ৰান্তি অনুষ্ঠানৰ কিছু ছবি ইয়াত দিয়া হ'ল। লগতে ভোগী জুই জ্বলালো।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi