Today, with the grace of Sri Sri Harichand Thakur ji, I have got the privilege to pray at Orakandi Thakurbari: PM Modi
Both India and Bangladesh want to see the world progressing through their own progress: PM Modi in Orakandi
Our government is making efforts to make Orakandi pilgrimage easier for people in India: PM Modi

c

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা ওৰাকান্দিস্থিত হৰি মন্দিৰত আশীৰ্বাদ বিচাৰে আৰু ঠাকুৰ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে ওৰাকান্দিত মাটুৱা সম্প্ৰদায়ৰ প্ৰতিনিধিসকলক সম্বোধন কৰে। এই স্থানৰ পৰা শ্ৰী শ্ৰী হৰি চান্দ ঠাকুৰ মহোদয়ে সামাজিক সংস্কাৰৰ বাৰ্তা বিয়পাইছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু বাংলাদেশে নিজৰ বিকাশ আৰু উন্নয়নৰ মাধ্যমেৰে সমগ্ৰ বিশ্বৰ প্ৰগতি প্ৰত্যক্ষ কৰিব বিচাৰে। উভয় দেশে অস্থিৰতা, সন্ত্ৰাসবাদ আৰু অশান্তিৰ পৰিৱৰ্তে সুস্থিৰতা, প্ৰেম আৰু শান্তি বিচাৰে। শ্ৰী শ্ৰী হৰি চান্দ ঠাকুৰ মহোদয়ে আমাক এই শিক্ষাই দিছিল।

 

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতে ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ মন্ত্ৰৰে আৰু বাংলাদেশে ‘সহযাত্ৰী’ মন্ত্ৰৰে আগবাঢ়িছে। একে সময়তে বাংলাদেশে বিশ্বৰ সন্মুখত উন্নয়ন আৰু পৰিৱৰ্তনৰ উদাহৰণ দাঙি ধৰিছে আৰু এই প্ৰয়াসত ভাৰত হ’ল বাংলাদেশৰ ‘সহযাত্ৰী’।

প্ৰধানমন্ত্ৰীয়ে আজি ওৰাকান্দিত বৰ্তমান থকা কন্যাৰ মাধ্যমিক স্কুলখন উন্নত কৰা আৰু এখন প্ৰাথমিক স্কুল স্থাপনকে ধৰি আন কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথাও উল্লেখ কৰে যে শ্ৰী শ্ৰী হৰি চান্দ ঠাকুৰৰ জন্মবাৰ্ষিকী উপলক্ষে আয়োজিত ‘বৰুণীস্নান’ত অংশ ল’বলৈ প্ৰতি বছৰে ভাৰতৰ পৰা যথেষ্ট সংখ্যক লোক ওৰাকান্দিলৈ আহে। তেওঁলোকৰ ভ্ৰমণ অধিক সহজ কৰিবলৈ পদক্ষেপ লোৱা হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে।

Click here to read PM's speech 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi