প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাৰ্জিলিং আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰবাৰ উল্লেখ কৰি প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বিত প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে।

এক্সত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

"প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ পৰিস্থিতি কৰ্তৃপক্ষই তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে।মোৰ ভাবনা শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে।আহতসকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছো।"

 

"ভারী বৃষ্টি ও ভূমিধসে ক্ষতিগ্রস্ত দার্জিলিং এবং আশপাশের এলাকার পরিস্থিতির উপর প্রশাসন গভীরভাবে নজরদারি চালাচ্ছে। শোকসন্তপ্ত পরিবারগুলোর প্রতি আমার গভীর সমবেদনা রইল। আহতদের দ্রুত সুস্থতা কামনা করছি।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi