জন ঔষধিৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক ক’ৰনা ভাইৰাছৰ উৰাবাতৰিৰ পৰা দূৰৈত থাকিবলৈ দি চিকিৎসকৰ পৰামৰ্শ পালন কৰিবলৈ আহ্বান জনায়৷ তেওঁ জনসাধাৰণক কৰমৰ্দন পৰিহাৰ কৰি ‘নমস্কাৰে’ৰে সম্ভাষণ জনাবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে সৰ্বাত্মক প্ৰয়াসত জড়িত হৈছে৷

তলত প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক পালন কৰিবলৈ কেইটামান সহজ প্ৰণালী উল্লেখ কৰিছেঃ 

যথাসম্ভৱ প্ৰকাৰে বৃহৎ সমাৱেশৰ পৰা আঁতৰি থাকক৷

চাবোনেৰে উপযুক্ত ধৰণে আপোনাৰ হাত দুখন ধোৱক

আপোনাৰ মুখমণ্ডল, নাক আৰু মুখ ক্ৰমান্বয়ে স্পৰ্শ কৰাটো পৰিহাৰ কৰক৷

যদি আপুনি সঘনাই কাঁহ অথহা হাঁচিয়াই আছে তেন্তে নিকটৱৰ্তী চিকিৎসালয়ত পৰীক্ষা কৰোৱাওক৷

কাঁহ অথবা হাঁচিওৱাৰ সময়ত ছিদ্ৰ যাতে আনৰ গাত নপৰে সেয়া লক্ষ্য ৰাখক৷

মাস্ক, গ্ল’ভছ পৰিধান কৰক আৰু অন্য লোকৰ পৰা দূৰৈত সহৱস্থান কৰক৷

যদি আপুনি মাস্ক পৰিধান কৰিছে তেন্তে ইয়াক কেৱল পৰিষ্কাৰ হাতেৰেহে ঠিক কৰক৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From make in India to create in India: The next auto tech leap

Media Coverage

From make in India to create in India: The next auto tech leap
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 ছেপ্টেম্বৰ 2026
September 09, 2026

Viksit Bharat Express: How PM Modi’s Reforms Are Supercharging India’s Economy and Infrastructure