প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পূৰ্বে মৰিচাছত উপস্থিত হয়। দুদিনীয়া এই ভ্ৰমণৰ সময়ত তেওঁ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মৰিচাছৰ ৫৭সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মৰিচাছৰ নেতৃত্ব আৰু বিশিষ্ট ব্যক্তি সকলকো সাক্ষাৎ কৰিব।

প্ৰধানমন্ত্ৰী মোদী উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলমে উষ্ম আদৰণি জনায়। তেওঁক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PUSA's IARI enters QS university ranking in agriculture, forestry category

Media Coverage

PUSA's IARI enters QS university ranking in agriculture, forestry category
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government