জিইএম প্লেটফৰ্মত ১ লাখ কোটি টকাৰ মুঠ সামগ্ৰী মূল্য অতিক্ৰম কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জিইএম প্লেটফৰ্মত তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ বাবে বিক্ৰেতাসকলক প্ৰশংসা কৰে।

জিইএম প্লেটফৰ্মত ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ বাবে ২০২২ চনৰ ২৯ নৱেম্বৰলৈকে ১ লাখ কোটি টকাৰ মুঠ সামগ্ৰী মূল্য অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"উৎকৃষ্ট খবৰ! ভাৰতৰ উদ্যোগী উৎসাহ প্ৰদৰ্শন আৰু স্বচ্ছতা আগবঢ়োৱাৰ ক্ষেত্ৰত @GeM_India এক দিশ পৰিৱৰ্তনকাৰী হিচাপে বিবেচিত হৈছে। যিসকলে এই প্লেটফৰ্মত তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰি আছে তেওঁলোকক মই প্ৰশংসা কৰোঁ আৰু আনসকলকো তেনে কৰিবলৈ অনুৰোধ জনাইছো।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India car sales to hit 4.7 million in FY26 despite bumps

Media Coverage

India car sales to hit 4.7 million in FY26 despite bumps
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মাৰ্চ 2026
March 16, 2026

Thoughtful Strength: Balancing Security, Growth, and Autonomy Under PM Modi's Leadership