প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিক গেমছত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক প্ৰশংসা কৰিছে।

পেৰিছত অনুষ্ঠিত পেৰালিম্পিক গেমছ ২০২৪ত ২৯টা পদক লাভ কৰা দেশৰ পেৰা এথলীটসকলৰ অদম্য নিষ্ঠা আৰু অদম্য মনোভাৱক প্ৰধানমন্ত্ৰীয়ে ভূয়সী প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সতএইদৰে কয়, “‘পেৰালিম্পিক ২০২৪ আমাৰ বাবে বিশেষ আৰু ঐতিহাসিক হৈ পৰিছে।আমাৰ অবিশ্বাস্য পেৰা এথলীটসকলে ২৯টা পদক ঘৰলৈ লৈ অহাত ভাৰত আনন্দত আত্মহাৰা হৈছে। পেৰা অলিম্পিকত ভাৰতৰ অভিষেক ঘটাৰ পিছত এতিয়ালৈকে এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।এই কৃতিত্বৰ কাৰণ হৈছে আমাৰ খেলুৱৈসকলৰ অদম্য নিষ্ঠা আৰু অদম্য মনোভাৱ।তেওঁলোকৰ ক্ৰীড়া প্ৰদৰ্শনে আমাক মনত ৰখাৰ বহু মুহূৰ্ত দিছে আৰু উদীয়মান খেলুৱৈসকলক অনুপ্ৰাণিত কৰিছে।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jungle raj’ must end for growth: PM Modi in West Bengal; attacks TMC govt

Media Coverage

Jungle raj’ must end for growth: PM Modi in West Bengal; attacks TMC govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the Power of Effort
January 19, 2026

Prime Minister Shri Narendra Modi today invoked the timeless wisdom of Indian tradition, emphasizing the importance of continuous effort and perseverance in nation-building.

The Prime Minister highlighted that without effort, even what has been achieved may be lost, and future opportunities will slip away. Through sustained effort, however, results are attained and prosperity is secured.

Shri Modi Quoted the Sanskrit verse on X:

“अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च।

प्राप्यते फलमुत्थानाल्लभते चार्थसम्पदम्॥”