পি এম এন আৰ এফৰ পৰা আৰ্থিক অনুদান ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। তদুপৰি প্রধানমন্ত্রীয়ে মৃতকৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ এই পুঁজি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি(পিএমএনআৰএফ)ৰ পৰা প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এইদৰে টুইট কৰে;

"হিমাচল প্ৰদেশৰ কুল্লুত সংঘটিত হোৱা বাছ দুৰ্ঘটনাটো হৃদয় বিদাৰক। এই মৰ্মান্তিক সময়ত মই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। আশাকৰোঁ আহতসকল অতি সোনকালে সুস্থ হৈ উঠিব। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছেঃ PM @narendramodi।"

"হিমাচল প্ৰদেশত সংঘটিত মৰ্মান্তিক বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰ্থিক অনুদানত অনুমোদন জনাইছে। আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ'ব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net

Media Coverage

The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ডিচেম্বৰ 2025
December 22, 2025

Aatmanirbhar Triumphs: PM Modi's Initiatives Driving India's Global Ascent