এই বছৰৰ কেন্দ্ৰীয় বাজেটে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্তৰ দ্বাৰা পৰিচালিত বিকশিত ভাৰতৰ বাবে পথ প্ৰস্তুত কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি প্ৰক্ৰিয়াবোৰ সৰলীকৰণ কৰিছো, ব্যৱসায় কৰাৰ সূচলতা উন্নত কৰিছো, প্ৰযুক্তি-নেতৃত্বাধীন প্ৰশাসনৰ সম্প্ৰসাৰণ কৰিছো আৰু প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিছে, আজি দেশখনে 'ৰিফৰ্ম এক্সপ্ৰেছ’ৰ যাত্ৰা কৰি আছেঃ প্ৰধানমন্ত্ৰী
যোৱা দশকত আমি আন্তঃগাঁথনিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঃ প্ৰধানমন্ত্ৰী
যোৱা দশকত, আমি আন্তঃগাঁথনিৰ ওপৰত শক্তিশালী গুৰুত্ব বজাই ৰাখিছোঃ প্ৰধানমন্ত্ৰী
আমি এক সচেতন সিদ্ধান্ত লৈছো যে ভাৰতৰ উন্নয়ন কেৱল ঘাইপথ, ৰে'লপথ, বন্দৰ, ডিজিটেল নেটৱৰ্ক আৰু শক্তি ব্যৱস্থাৰ দৰে দৃঢ় সম্পদ সৃষ্টিৰ দ্বাৰাহে সম্ভৱ হ'বঃ প্ৰধানমন্ত্ৰী
এই সম্পদসমূহে অনাগত বহু দশক ধৰি উৎপাদনশীলতা সৃষ্টি কৰি থাকিব। এই কাৰণেই ৰাজহুৱা মূলধনী ব্যয় নিৰন্তৰ বৃদ্ধি কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰীয় বাজেট এক হ্ৰস্বম্যাদী বাণিজ্যিক নথিপত্ৰৰ পৰিৱৰ্তে এক নীতিগত ৰোডমেপ বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে ২০৪৭চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০২৬-২৭ শৃংখলাৰ প্ৰথম বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। ৰাষ্ট্ৰীয় বাজেট এক হ্ৰস্বম্যাদী বাণিজ্যিক নথিপত্ৰৰ পৰিৱৰ্তে এক নীতিগত ৰোডমেপ বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে ২০৪৭চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে বাজেটৰ কাৰ্য্যকৰীতা দৃঢ় মাপকাঠীৰ জৰিয়তে মূল্যায়ন কৰিব লাগে, যেনে আন্তঃগাঁথনি সম্প্ৰসাৰণ, ঋণৰ প্ৰবাহ সৰল কৰা, ব্যৱসায় কৰাৰ সূচলতা উন্নত কৰা আৰু প্ৰশাসনত স্বচ্ছতা বৃদ্ধি কৰা লগতে নাগৰিকৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰা। এই দিশবোৰৰ সৈতে সম্পৰ্কিত বাজেট সিদ্ধান্তসমূহে অৰ্থনীতিক স্থায়ী শক্তি প্ৰদান কৰে’, প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, কোনো বাজেটক এক স্বতন্ত্ৰ অনুষ্ঠান হিচাপে চোৱা উচিত নহয় কিয়নো ৰাষ্ট্ৰ নিৰ্মাণ হৈছে এক অবিৰত প্ৰক্ৰিয়া। ‘প্ৰতিখন বাজেট হৈছে এক বৃহৎ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ এক পৰ্যায়, আৰু সেই ডাঙৰ লক্ষ্য হৈছে ২০৪৭চনৰ ভিতৰত এখন উন্নত ভাৰত (বিকশিত ভাৰত) নিৰ্মাণ কৰা। সেয়েহে, প্ৰতিটো সংস্কাৰ, প্ৰতিটো আবণ্টন আৰু প্ৰতিটো পৰিৱৰ্তনক এই দীঘলীয়া যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ হিচাপে চাব লাগে’, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বাৰ্ষিক বাজেট-পৰৱৰ্তী ৱেবিনাৰসমূহ অতি গুৰুত্বপূৰ্ণ। তেওঁ আশা প্ৰকাশ কৰে যে এই অধিৱেশনসমূহ কেৱল ধাৰণাৰ আদান-প্ৰদানতে সীমাবদ্ধ থাকিব নালাগে বৰঞ্চ ইয়াৰ পৰিৱৰ্তে এক ফলপ্ৰসূ চিন্তা-চৰ্চাৰ অনুশীলনত পৰিণত হ’ব লাগে। ‘অংশীদাৰসকলৰ অভিজ্ঞতা আৰু ব্যৱহাৰিক প্ৰত্যাহ্বানৰ ওপৰত আধাৰিত পৰামৰ্শসমূহে নিশ্চিতভাৱে অৰ্থনৈতিক ৰণনীতি অধিক সংশোধন আৰু সমাধান বিচাৰি উলিওৱাত সহায় কৰিব’, শ্ৰী মোদীয়ে উল্লেখ কৰে। তদুপৰি, তেওঁ গুৰুত্ব আৰোপ কৰে যে যেতিয়া উদ্যোগ, শিক্ষা, বিশ্লেষক আৰু নীতি নিৰ্ধাৰকসকলে একেলগে চিন্তা কৰে, আঁচনিসমূহৰ ৰূপায়ণ উন্নত হয় আৰু ফলাফল অধিক সঠিক হয়, যি হৈছে ৱেবিনাৰ এই শৃংখলাসমূহৰ আঁৰৰ মূল মনোভাৱ।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈ গৈছে, যিয়ে সেৱাত থকা লোকসকলৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় চিহ্নিত কৰিছে। তেওঁ কয় যে দেশখনে এতিয়া ইয়াৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে, য’ত অৰ্থনীতি দ্ৰুত গতিত আগবাঢ়ি আছে। যোৱা দশকবোৰত ভাৰতৰ অসাধাৰণ স্থিতিস্থাপকতাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই অগ্ৰগতি আকস্মিকভাৱে হোৱা নাই, বৰঞ্চ দৃঢ় বিশ্বাস-চালিত সংস্কাৰৰ ফলত হৈছে। ‘চৰকাৰে প্ৰক্ৰিয়াবোৰ সৰলীকৰণ কৰিছে, ব্যৱসায় কৰাৰ সূচলতা উন্নত কৰিছে, প্ৰযুক্তি-নেতৃত্বাধীন প্ৰশাসনৰ সম্প্ৰসাৰণ কৰিছে আৰু প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি দৃঢ়তাৰে কয় যে আজিও দেশে ৰিফৰ্ম এক্সপ্ৰেছৰ যাত্ৰা অব্যাহত ৰাখিছে’, শ্ৰী মোদীয়ে কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যদিও নীতিৰ অভিপ্ৰায় গুৰুত্বপূৰ্ণ, ভাৰতৰ উন্নয়নৰ বৰ্তমান পৰ্যায়ত  উৎকৃষ্টতাৰ ওপৰত নিৰন্তৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন। ‘সংস্কাৰৰ মূল্যায়ন তেওঁলোকৰ ঘোষণাৰ ওপৰত আধাৰিত হোৱা উচিত নহয়, কিন্তু তৃণমূল পৰ্যায়ত তেওঁলোকৰ প্ৰভাৱৰ ওপৰত আধাৰিত হোৱা উচিত। তেওঁ জনসেৱা প্ৰদানত দায়বদ্ধতা আৰু গতি তথা স্বচ্ছতাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন আৰু ডাটা এনালিটিক্সৰ একত্ৰীকৰণৰ বাবে আহ্বান জনায়’, শ্ৰী মোদীয়ে লগতে কয়। লগতে, তেওঁ গুৰুত্ব আৰোপ কৰে যে অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ জৰিয়তে ইয়াৰ প্ৰভাৱ নিৰীক্ষণ কৰিব লাগিব।

 

Highlighting the government's commitment to building long-term productive assets, the Prime Minister pointed out the significant rise in Public Capital Expenditure. “Over the last 11 years, the provision has grown from approximately ₹2 lakh crore to over ₹12 lakh crore in the current budget. This investment serves as a clear signal for the private sector to increase participation in infrastructure and innovation”, Shri Modi emphasised.

The Prime Minister called upon the industry and financial institutions to come forward with new energy, emphasizing the need for greater participation in infrastructure, more innovation in financing models, and stronger collaboration in emerging sectors. He further suggested that the project sanction methodology and appraisal quality must be strengthened, keeping cost-benefit analysis and life-cycle costing paramount to eliminate waste and delays.

Addressing the financial framework, the Prime Minister stated that the government is further simplifying the foreign investment framework to make the system more predictable and investor-friendly. He highlighted steps being taken to make bond markets more active and simplify the buying and selling of bonds, viewing these reforms as essential enablers of long-term growth.”There is need to ensure predictability, deepen liquidity, and introduce new instruments to manage risk effectively and attract sustained foreign capital”, Shri Modi remarked. Shri Modi also urged stakeholders to learn from global best practices to help strengthen the bond market and foreign investment framework.

 

To attract sustained foreign capital and improve long-term financing, the Prime Minister announced further simplifications to the foreign investment framework. The strategy includes developing more active bond markets, simplifying bond trading processes, and strengthening project sanction methodologies through rigorous cost-benefit analysis and life-cycle costing. “ These steps aim to make the system more predictable and investor-friendly while managing risk effectively”, Shri Modi remarked.

The Prime Minister emphasized that while any policy can create a framework, its ultimate success depends on the active participation of all stakeholders. He called upon the industry to step forward with fresh investment and innovation, while urging financial institutions and analysts to assist in preparing practical solutions and strengthening market confidence. “When the government, industry, and knowledge partners move forward in unison, reforms are successfully converted into results. Budget announcements are converted into tangible results on the ground only through this collective synergy”, Shri Modi asserted.

The Prime Minister suggested the development of a "Reform Partnership Charter”, a shared resolve between the government, industry, financial institutions, and academia. He clarified that the purpose of the post-budget webinars is no longer to discuss the budget’s contents, but to ensure its rapid and simple implementation on the ground.

 

The Prime Minister urged all stakeholders, including financial institutions, markets, industry, professionals, and innovators, to take advantage of the new opportunities provided by this budget. He encouraged them to engage deeply with these prospects, noting that their active participation would improve the implementation of schemes, while their feedback and cooperation would yield better results. He called upon everyone to reform and grow together to create a future where the dream of a Developed India is realized as soon as possible.

Expressing full confidence in the day's deliberations, the Prime Minister emphasized that the focus must remain on simplifying processes. He clarified that while consultations are held before the budget to refine it, the post-budget webinars are specifically designed to land the budget on the ground as quickly as possible through the simplest routes. Prime Minister Shri Narendra Modi, concluded by stating that if stakeholders deliberate with the collective benefit in mind, these webinars will truly open the doors to a vibrant economy. 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”