এই বৰ্ষৰ কেন্দ্ৰীয় বাজেটে অৰ্থনৈতিক বিকাশ অব্যাহত ৰখাৰ লগতে শক্তিশালী কৰিবলৈ আমাৰ প্ৰতিশ্ৰুতি দোঁহাৰিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ দিশ স্পষ্ট, আমাৰ সংকল্প স্পষ্ট, অধিক নিৰ্মাণ কৰক, অধিক উৎপাদন কৰক, অধিক সংযোগ স্থাপন কৰক, অধিক ৰপ্তানি কৰকঃ প্ৰধানমন্ত্ৰী
বিশ্বই নিৰ্ভৰযোগ্য আৰু সামৰ্থবান নিৰ্মাণ সহযোগীৰ সন্ধানত আছে আৰু আজি ভাৰতে এই ভূমিকাত গুৰুত্ব সহকাৰে অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিছে: প্ৰধানমন্ত্ৰী
ভাৰতে বহু দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি কৰিছে, আমাৰ বাবে সুযোগৰ বৃহৎ দুৱাৰ মুকলি হৈছে আৰু এনে পৰিস্থিতিত গুণগত মানৰ সৈতে কেতিয়াও আপোচ নকৰাই আমাৰ দায়িত্বঃ প্ৰধানমন্ত্ৰী
কাৰ্বন কেপচাৰ, ব্যৱহাৰ আৰু মজুত মিছন এক গুৰুত্বপূৰ্ণ পদক্ষেপ, মূল ব্যৱসায়িক কৌশলত বহনক্ষমতা অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়: প্ৰধানমন্ত্ৰী
যিসমূহ উদ্যোগে সময়মতে স্বচ্ছ প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগ কৰিব, তেওঁলোকে অনাগত বছৰসমূহত নতুন বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ'বঃ প্ৰধানমন্ত্ৰী
আজি বিশ্ব অৰ্থনীতিত এক ডাঙৰ পৰিৱৰ্তন হৈছে, কাৰণ বজাৰসমূহে এতিয়া কেৱল খৰচৰ ওপৰতে নহয়, স্থায়িত্বৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি "বহনক্ষম আৰু শক্তিশালী অৰ্থনৈতিক বিকাশ"শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰ শৃংখলাৰ দ্বিতীয় সত্ৰত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত সপ্তাহৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰথমখন ৱেবিনাৰ অত্যন্ত সফল হয় আৰু বাজেটৰ প্ৰস্তাৱসমূহ ৰূপায়ণৰ ক্ষেত্ৰত উৎকৃষ্ট পৰামৰ্শ লাভ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে আজিৰ ৱেবিনাৰখন দেশৰ অৰ্থনৈতিক বিকাশক নিৰন্তৰ শক্তি প্ৰদানৰ সৈতে অন্তৰ্নিহিতভাৱে জড়িত।প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ যোগান শৃংখল পুনৰ গঢ় দিয়াৰ লগে লগে ভাৰতৰ শক্তিশালী অৰ্থনীতি বিশ্বৰ বাবে আশাৰ ৰেঙণিত পৰিণত হৈছে। "এখন 'বিকশিত ভাৰত'ৰ বাবে এক বৃহৎ ভেটি হৈছে অৰ্থনীতিৰ দ্ৰুত অগ্ৰগতি", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ স্পষ্ট দৃষ্টিভংগী আৰু সংকল্পক পুনৰ দৃঢ়তাৰে কয়, "অধিক নিৰ্মাণ কৰক, অধিক উৎপাদন কৰক, অধিক সংযোগ কৰক আৰু অধিক ৰপ্তানি কৰক"ৰ মূল মন্ত্ৰসমূহ দোঁহাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে নিশ্চিতভাৱে আজি আপোনালোকৰ মাজত যি আলোচনা আৰু ইয়াৰ পৰা ওলোৱা পৰামৰ্শই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বিভিন্ন খণ্ডৰ মাজৰ সমন্বয়ৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিৰ্মাণ, লজিষ্টিক, এমএছএমই আৰু নগৰীয়া কেন্দ্ৰসমূহ পৃথক খণ্ড নহয়, বৰঞ্চ ই এক অৰ্থনৈতিক গাঁথনিৰ আন্তঃসংযোগী স্তম্ভ। তেওঁ বিৱৰি কয় যে কেনেকৈ নিৰ্মাণ খণ্ডই ৰপ্তানিৰ ক্ষেত্ৰত সহায় কৰে আৰু প্ৰতিযোগিতামূলক এমএছএমইসমূহে নমনীয়তা আৰু উদ্ভাৱনক প্ৰোৎসাহিত কৰে। শ্ৰী মোদীয়ে কয়, "এই বছৰৰ বাজেটে এই সকলো স্তম্ভক যথেষ্ট শক্তি প্ৰদান কৰিছে"।

প্ৰধানমন্ত্ৰীয়ে সকীয়াই দিয়ে যে উদ্যোগ, বিত্তীয় প্ৰতিষ্ঠান, ৰাজ্য চৰকাৰৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে কেৱল নীতি নিৰ্দেশনাই ফলাফল নিদিয়ে। তেওঁ অংশীদাৰসকলক সামগ্ৰী নিৰ্মাণ, উৎপাদন বৃদ্ধি আৰু খৰচৰ গাঁথনি অধিক প্ৰতিযোগিতামূলক কৰাৰ আলোচনাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। “এই দিশবোৰত আপোনালোকৰ পৰামৰ্শই উন্নয়নক দেশৰ প্ৰতিটো চুকলৈ যোৱাত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব” শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে মূল সামৰ্থ্যসমূহ শক্তিশালী কৰাৰ লগতে উৎপাদন খণ্ডত বৰ্তমানৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। মোদীয়ে দৃঢ়তাৰে কয় যে ৰেয়াৰ আৰ্থ কৰিডৰ আৰু আপুৰুগীয়া মাটিৰ খনিজ পদাৰ্থৰ প্ৰতি উৎসৰ্গিত কণ্টেইনাৰ নিৰ্মাণৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ লক্ষ্য হৈছে বাণিজ্য অনুকূল পৰিৱেশ শক্তিশালী কৰা।

 

প্ৰধানমন্ত্ৰীয়ে বাজেটত ঘোষণা কৰা ‘বায়’ফাৰ্মা শক্তি অভিযান’ৰ কথাও উল্লেখ কৰে, যাৰ লক্ষ্য ভাৰতক জৈৱিক ঔষধ আৰু পৰৱৰ্তী প্ৰজন্মৰ চিকিৎসা বিজ্ঞানৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। মোদীয়ে কয় যে আমি উন্নত বায়’ফাৰ্মা গৱেষণা আৰু উৎপাদনৰ ক্ষেত্ৰত নেতৃত্বৰ দিশত আগবাঢ়িব বিচাৰো।

পৰিৱৰ্তিত গতিশীল বিশ্বৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই সক্ৰিয়ভাৱে নিৰ্ভৰযোগ্য আৰু নমনীয় উৎপাদন অংশীদাৰৰ সন্ধানত আছে। তেওঁ অংশীদাৰসকলক আত্মবিশ্বাসেৰে বিনিয়োগ কৰিবলৈ, অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰিবলৈ, গৱেষণাত উল্লেখযোগ্য বিনিয়োগ কৰিবলৈ আৰু বিশ্বমানৰ গুণ বজাই ৰাখিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, "এই ভূমিকা শক্তিশালীভাৱে পালন কৰাৰ সুযোগ আছে ভাৰতৰ।"

মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই চুক্তিসমূহে সুযোগৰ বিশাল পথ মুকলি কৰিছে, যাৰ ফলত ভাৰতীয় উদ্যোগক গুণগত মানৰ ওপৰত গুৰুত্ব দিয়াৰ এক নতুন দায়িত্ব দিয়া হৈছে। “ব্যৱহাৰকাৰী-অনুকূল সামগ্ৰী সৃষ্টি কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় গ্ৰাহকৰ পছন্দ আৰু আৰামৰ স্তৰৰ ক্ষেত্ৰত গৱেষণা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেতিয়াহে আমি মুক্ত বাণিজ্য চুক্তিৰ দ্বাৰা সৃষ্টি হোৱা সুযোগৰ সুবিধা ল’ব পাৰিম”, প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়।

প্ৰধানমন্ত্ৰীয়ে আন্তঃগাঁথনি আৰু লজিষ্টিক খণ্ডক ৰাষ্ট্ৰীয় উন্নয়ন কৌশলৰ মূল স্তম্ভ হিচাপে অভিহিত কৰে, যিটো এই বছৰৰ বাজেটত অভিলেখ সৃষ্টিকাৰী মূলধনী ব্যয়ৰ দ্বাৰা সমৰ্থিত। তেওঁ দ্ৰুতবেগী ৰে’ল, বহু-মডাল সংযোগ আৰু জাহাজ মেৰামতিৰ সুবিধা সম্প্ৰসাৰণক দক্ষতাৰ বাবে অপৰিহাৰ্য পদক্ষেপ হিচাপে বৰ্ণনা কৰে। তেওঁ কয় যে এই আন্তঃগাঁথনিৰ প্ৰকৃত সুবিধা তেতিয়াহে উপলব্ধি হ’ব যেতিয়া উদ্যোগ আৰু বিনিয়োগকাৰীয়ে সেই অনুসৰি নিজৰ কৌশলসমূহ একেলগ হ’ব।’

 

নগৰীয়াকৰণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ভৱিষ্যতৰ বৃদ্ধি ইয়াৰ নগৰসমূহৰ ফলপ্ৰসূ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ সৈতে জড়িত। তেওঁ দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহে কেনেকৈ বিকাশৰ নতুন আঁত ধৰি কাম কৰিব পাৰে সেই সম্পৰ্কে পৰামৰ্শ বিচাৰিছিল। এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাটো গুৰুত্বপূৰ্ণ হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দিয়ে।

বহনক্ষমতাৰ দিশত গোলকীয় পৰিৱৰ্তন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বজাৰসমূহে এতিয়া খৰচৰ ঊৰ্ধ্বত পৰিৱেশৰ প্ৰভাৱৰ দিশটো চায়। তেওঁ কাৰ্বন কেপচাৰ, ব্যৱহাৰ আৰু মজুতকৰণ মিছনক এক উল্লেখযোগ্য পদক্ষেপ হিচাপে উল্লেখ কৰি ব্যৱসায়ীসকলক তেওঁলোকৰ মূল ব্যৱসায়িক কৌশলত স্বচ্ছ প্ৰযুক্তিক একত্ৰিত কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে সময়মতে স্বচ্ছ প্ৰযুক্তিত বিনিয়োগ কৰা উদ্যোগসমূহে অনাগত বছৰবোৰত নতুন বজাৰত অধিক সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘উন্নয়নশীল ভাৰত’ৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক মালিকীস্বত্বৰ আহ্বান জনায়। তেওঁ অংশগ্ৰহণকাৰীসকলক আলোচনাৰ ঊৰ্ধ্বত থাকি চৰকাৰী আন্তঃগাঁথনিৰ সৈতে অংশীদাৰিত্বৰে গতি গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে আপোনালোকৰ প্ৰতিটো পৰামৰ্শ আৰু আপোনালোকৰ প্ৰতিটো অভিজ্ঞতাই তৃণমূলক পৰ্যায়ত উৎকৃষ্ট ফলাফল দিয়াৰ সম্ভাৱনা আছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!