ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসত ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰশংসাৰে সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টাৰ্টআপ জগতৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপ আৰম্ভ হোৱাৰ এক দশক সম্পূৰ্ণ হোৱা উপলক্ষে এই বছৰৰ উদযাপন বিশেষ গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে।

আন্তৰ্জাতিক ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰত ভাৰতৰ উত্থান ত্বৰান্বিত কৰা যুৱচামকে ধৰি জনসাধাৰণৰ উদ্যমিতা আৰু উদ্ভাৱনী মনোভাৱ তথা সাহসক উৎসাহিত কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

পৰিবৰ্তনৰ হোতা হিচাপে ষ্টাৰ্টআপসমূহৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়- ‘ষ্টাৰ্টআপসমূহ হৈছে পৰিবৰ্তনৰ ইঞ্জিন, যিয়ে আমাৰ অৰ্থনীতি আৰু সমাজৰ ভৱিষ্যতক গঢ় দি আছে। এইসমূহে আমাৰ গ্ৰহটোৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ লগতে মানুহৰ বাবে সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী কাম কৰি আছে। ডাঙৰ সপোন দেখাৰ সাহস কৰি পৰম্পৰাগত নিয়মক প্ৰত্যাহ্বান জনাই বিপদাশংকা মূৰ পাতি ষ্টাৰ্টআপৰ জৰিয়তে এক পৰিবৰ্তনশীল প্ৰভাৱ সৃষ্টি কৰা প্ৰতিজন ব্যক্তিৰ বাবে মই গৌৰৱান্বিত।’

ভাৰত চৰকাৰে ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰ শক্তিশালী কৰাৰ হকে সকলো অংশীদাৰৰ সৈতে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতে আৰম্ভ কৰা ৰিফৰ্ম এক্সপ্ৰেছে মহাকাশ আৰু প্ৰতিৰক্ষাকে ধৰি পূৰ্বতে অকল্পনীয় ক্ষেত্ৰত উদ্যোগ ল’বলৈ ষ্টাৰ্টআপৰ বাবে এক অনুকূল পৰিবেশৰ সৃষ্টি কৰিছে। ষ্টাৰ্টআপসমূহে বিপদাশংকা গ্ৰহণ কৰি সমস্যা সমাধানকাৰী হ’ব বিচৰা যুৱক-যুৱতীসকলক সমৰ্থন কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি উল্লেখ কৰি তেওঁ গৌৰৱ প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে ষ্টাৰ্টআপসমূহক সমৰ্থন কৰা পৰামৰ্শদাতা, ইনকিউবেটৰ, বিনিয়োগকাৰী, শৈক্ষিক প্ৰতিষ্ঠান আৰু অন্যান্যসকলৰ ব্যাপক পৰিবেশতন্ত্ৰৰ কথাও স্বীকাৰ কৰে। এইসমূহৰ নিৰ্দেশনা আৰু অন্তর্দৃষ্টিয়ে যুৱ উদ্ভাৱকসকলক উৎসাহিত কৰাৰ লগতে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা যোগোৱা বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱন, স্থিতিস্থাপকতা আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ হোতা হিচাপে ভাৰতৰ ষ্টাৰ্টআপসমূহৰ ওপৰত নিজৰ আস্থাৰ কথা পুনৰ দোহাৰে।

এটা সংস্কৃত শ্লোকৰ উদ্ধৃতিৰে শ্ৰী মোদীয়ে ভাৰতৰ যুৱ উদ্যোগীসকলৰ সংকল্প আৰু সমৰ্পণৰ প্ৰশংসা কৰি উল্লেখ কৰে যে তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাই ষ্টাৰ্টআপৰ জগতত নতুন অভিলেখ স্থাপন কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে তেওঁলোকৰ শক্তি আৰু আৱেগ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ শক্তি হিচাপে পৰিগণিত হ’ব।

শ্ৰী মোদীয়ে এক্সত এটা থ্ৰেড পোষ্টত লিখিছেঃ

‘ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে ষ্টাৰ্টআপ জগতৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জনাইছো। ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ হোৱাৰ এটা দশক উদযাপন কৰা উপলক্ষে আজিৰ দিনটো বিশেষ। এই দিনটো আমাৰ জনসাধাৰণ, বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলৰ সাহস, উদ্ভাৱনী মনোভাৱ আৰু উদ্যমিতাৰ অভিলাষ উদযাপনৰ বিষয়ে, যিয়ে বিশ্বৰ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰত ভাৰতৰ উত্থান ত্বৰান্বিত কৰিছে।

#10YearsOfStartupIndia

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=2214764&reg=3&lang=1

‘ষ্টাৰ্টআপসমূহ হৈছে পৰিবৰ্তনৰ ইঞ্জিন, যিয়ে আমাৰ অৰ্থনীতি আৰু সমাজৰ ভৱিষ্যতক গঢ় দি আছে। এইসমূহে আমি সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ সমান্তৰালকৈ মানুহৰ বাবে সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী অৱদান আগবঢ়াই আছে। ডাঙৰ সপোন দেখাৰ সাহস কৰি পৰম্পৰাগত নিয়মক প্ৰত্যাহ্বান জনাই বিপদাশংকা গ্ৰহণ কৰি ষ্টাৰ্টআপৰ জৰিয়তে এক পৰিৱৰ্তনশীল প্ৰভাৱ সৃষ্টি কৰা প্ৰতিজন ব্যক্তিৰ বাবে মই গৌৰৱান্বিত।

#10YearsOfStartupIndia’

‘ভাৰত চৰকাৰে ভাৰতৰ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰক অধিক শক্তিশালী কৰিবলৈ সকলো অংশীদাৰৰ সৈতে কাম কৰি আছে। ভাৰতে আৰম্ভ কৰা ৰিফৰ্ম এক্সপ্ৰেছে মহাকাশ, প্ৰতিৰক্ষা আৰু অন্যান্য ক্ষেত্ৰকে ধৰি বিভিন্ন খণ্ডত ষ্টাৰ্টআপসমূহৰ বাবে পূৰ্বতে অকল্পনীয় ক্ষেত্ৰত উদ্যোগ লোৱাৰ বাবে এক অতি অনুকূল পৰিবেশৰ সৃষ্টি কৰিছে। মই গৌৰৱান্বিত যে আমাৰ ষ্টাৰ্টআপসমূহে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। বিপদাশংকা গ্ৰহণ কৰি সমস্যা সমাধানকাৰী হ’ব বিচৰা আমাৰ যুৱক-যুৱতীসকলক সমৰ্থন কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।’

#10YearsOfStartupIndia’

‘ষ্টাৰ্টআপসমূহক সমৰ্থন কৰা পৰামৰ্শদাতা, ইনকিউবেটৰ, বিনিয়োগকাৰী, শৈক্ষিক প্ৰতিষ্ঠান আৰু অন্যান্যসকলৰ পৰিবেশতন্ত্ৰক স্বীকৃতি দিয়াৰ বাবে এই দিন। তেওঁলোকৰ সমৰ্থন আৰু অন্তর্দৃষ্টিয়ে আমাৰ যুৱক-যুৱতীসকলক উদ্ভাৱন তথা বিকাশত অৰিহণা যোগোৱাৰ বাবে উৎসাহিত কৰে।

#10YearsOfStartupIndia’

 

“अपने दृढ़ संकल्प और समर्पण से हमारे युवा साथी स्टार्टअप की दुनिया में नित-नए रिकॉर्ड बना रहे हैं। इनका जोश और जुनून विकसित भारत के सपने को साकार करने में सबसे बड़ी शक्ति बनने वाला है।

दुर्लभान्यपि कार्याणि सिद्ध्यन्ति प्रोद्यमेन हि।

शिलाऽपि तनुतां याति प्रपातेनार्णसो मुहुः॥”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Budget Driving AI, Semiconductors and IT Growth

Media Coverage

India’s Budget Driving AI, Semiconductors and IT Growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
When two democracies stand together, the voice of peace becomes even stronger: PM Modi at the India-Canada Joint Press Meet
March 02, 2026

   

The Right Honourable Prime Minister मार्क कार्नी,

दोनों देशों के delegates,

मीडिया के साथी,

नमस्कार!

प्रधानमंत्री कार्नी का भारत में स्वागत करते हुए मुझे बहुत खुशी हो रही है। प्रधानमंत्री के रूप में यह उनकी पहली भारत यात्रा है। हम इसे एक महत्वपूर्ण माइलस्टोन के रूप में देखते हैं।

पिछले वर्ष कैनेडा में आयोजित G7 बैठक में उन्होंने मेरा और मेरे डेलीगेशन का गर्मजोशी से स्वागत किया था। आज उसी आत्मीयता से उनका स्वागत करना मेरे लिए सौभाग्य की बात है। दुनिया में बहुत कम लोग हैं जिनके CV में दो देशों की central banking लीडर्शिप लिखी हो।

हमारी पहली बैठक से ही हमारे संबंधों में एक नई ऊर्जा, परस्पर विश्वास और सकारात्मकता आई है। सहयोग के हर क्षेत्र में बढ़ते momentum का श्रेय मैं अपने मित्र प्रधानमंत्री कार्नी को देता हूँ।

Friends,

भारत और कैनेडा लोकतान्त्रिक मूल्यों में अटूट विश्वास रखते हैं। हम diversity को celebrate करते हैं। मानवता की भलाई हमारा साझा vision है। यही vision हमें हर क्षेत्र में आगे बढ़ने की प्रेरणा देता है। आज हमने इस vision को Next Level Partnership में transform करने पर चर्चा की।

हमारा लक्ष्य है कि 2030 तक हमारा व्यापार 50 बिलियन डॉलर तक पहुँचे। आर्थिक सहयोग का पूरा potential unlock करना हमारी प्राथमिकता है। इसलिए हमने Comprehensive Economic Partnership Agreement को जल्द ही finalise करने का निर्णय लिया है। इससे दोनों देशों में निवेश और रोज़गार के नए अवसर बनेंगे।

कैनेडा के pension funds ने भारत में 100 बिलियन डॉलर का निवेश किया है। यह भारत की growth story में उनके गहरे विश्वास का प्रतीक है।

आज हमें दोनों देशों के business लीडर्स से भी मिलेंगे। उनके सुझाव हमारी आर्थिक साझेदारी का रोडमैप तय करेंगे।

Friends,

टेक्नॉलॉजी और इनोवेशन में हम natural partners हैं। With Canada and India innovation partnership, we will turn ideas into global solutions.

पिछले महीने भारत में हुई AI Impact Summit की सफलता में कैनेडा के बहुमूल्य योगदान के लिए मैं प्रधानमंत्री कार्नी का आभार व्यक्त करता हूँ। हम AI के साथ-साथ, quantum, supercomputing, और सेमीकंडक्टर्स में सहयोग बढ़ाएंगे।

Critical Minerals पर आज हुआ MOU रिज़िल्यन्ट supply chains को मजबूती देगा। Space sector में हम दोनों देशों के startups और इंडस्ट्रीज़ को जोड़ेंगे।

Friends,

प्रधानमंत्री कार्नी के लिए एनवायरमेंट कोई अलग एजेंडा नहीं, बल्कि economic stability का हिस्सा रहा है। ऊर्जा के क्षेत्र में हम Next Generation Partnership बना रहे हैं, जिसमें हाइड्रोकार्बन के साथ-साथ renewable energy, green hydrogen, और energy storage पर विशेष बल दिया जाएगा।

हमें ख़ुशी है कि कैनेडा ने International Solar Alliance और Global Biofuel Alliance से जुड़ने का निर्णय लिया है। हमारे साझा प्रयासों को आगे बढ़ाने के लिए हम इस वर्ष India-Canada Renewable Energy and Storage Summit आयोजित करेंगे।

Civil Nuclear Energy में हमने long term uranium supply की लैंडमार्क deal की है। हम Small Modular Reactors और एडवांस्ड reactors पर भी मिलकर काम करेंगे।

कृषि में value addition, agri-technology और खाद्य सुरक्षा हमारी साझा प्राथमिकताएं हैं। इस दिशा में भारत में India-Canada Pulse Protein Centre of Excellence स्थापित किया जाएगा।

Friends,

रक्षा और सुरक्षा के क्षेत्र में बढ़ता सहयोग हमारे गहरे आपसी विश्वास और संबंधों की maturity का प्रतीक है। हम defence industries, maritime domain awareness, और मिलिट्री exchanges बढ़ाने पर काम करेंगे। इसी उद्देश्य से आज हमने India-Canada Defence Dialogue की स्थापना करने का निर्णय लिया है।

Friends,

People-to-People ties हमारे संबंधों की असली ताकत हैं। आज हमने इन्हें और मजबूत करने के लिए कई महत्वपूर्ण निर्णय लिए। AI, healthcare, agriculture, और innovation में आज कई universities के बीच नई partnerships की घोषणा हो रही है। हम कैनेडा की universities द्वारा भारत में campus खोलने पर भी सहमत हुए।

इंडीजीनस और tribal communities हमारी साझा सांस्कृतिक विरासत का महत्वपूर्ण हिस्सा हैं। सांस्कृतिक आदान-प्रदान बढ़ाने के लिए दोनों पक्षों के बीच आज MOU किया गया है।

Friends,

भारत के लिए कैनेडा इंडो-पैसिफ़िक में महत्वपूर्ण साझेदार है। Indian Ocean Rim Association में Dialogue Partner बनने में उनकी रुचि का हम स्वागत करते हैं। इससे हमारे मेरीटाइम सहयोग को नई गहराई मिलेगी।

हम सहमत हैं कि,Terrorism, Extremism और Radicalisation दोनों देशों के लिए ही नहीं, पूरी मानवता के लिए साझा और गंभीर चुनौतियाँ हैं। इनके विरुद्ध हमारा करीबी सहयोग वैश्विक शान्ति और स्थिरता के लिए अत्यंत महत्वपूर्ण है।

विश्व में चल रहे अनेक तनावों को लेकर भारत की सोच स्पष्ट रही है। हमने सदैव शांति और स्थिरता बनाए रखना का आह्वान किया है। और जब दो लोकतंत्र साथ खड़े होते हैं, तो शांति की आवाज और भी सशक्त हो जाती है।

पश्चिम एशिया की वर्तमान स्थिति हमारे लिए गहरी चिंता का विषय है। भारत dialogue और diplomacy के माध्यम से सभी विवादों के समाधान का समर्थन करता है। इस क्षेत्र में मौजूद सभी भारतीय नागरिकों की सुरक्षा के लिए हम सभी देशों के साथ मिलकर काम करते रहेंगे।

Excellency,

आपकी यात्रा से हमारे सहयोग के हर क्षेत्र को एक नई ताकत मिली है। भारत के प्रति आपकी गहरी प्रतिबद्धता और दूरदर्शिता के लिए मैं एक बार फिर आपका हार्दिक अभिनंदन करता हूँ।

बहुत-बहुत धन्यवाद।