Share
 
Comments
Prime Minister directs senior officers to take every possible measure to ensure that people are safely evacuated
Ensure maintenance of all essential services such as Power, Telecommunications, health, drinking water: PM
Special preparedness needed for COVID management in hospitals, vaccine cold chain and power back up and storage of essential medicines in vulnerable locations due to cyclone: PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/সংশ্লিষ্ট বিভাগৰ প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে যে ‘টাকটাই’ ঘূৰ্ণী বতাহে ১৮ মে’ৰ বিয়লি অথবা সন্ধিয়াৰ ভাগত পৰবন্দৰ আৰু নালিয়াৰ মাজৰ গুজৰাট উপকূলত অতি কমেও ১৭৫ কিলোমিটাৰ গতিৰে খুন্দা মাৰিব। ইয়াৰ ফলত গুজৰাটৰ উপকূলীয় জিলাসমূহত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

বৈঠকত আলোচনা কৰা হয় যে কেবিনেট সচিবে সকলো উপকূলীয় ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় মন্ত্ৰালয় তথা সংস্থাৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে।

গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে ২৪ ঘণ্টাই যোগাযোগ ৰক্ষা কৰি আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে সকলো ৰাজ্যলৈ এছডিআৰএফৰ প্ৰথমটো কিস্তি মুকলি কৰি দিছে।
ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌসেনা বাহিনীয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে জাহাজ আৰু হেলিকপ্টাৰ সাজু কৰি ৰাখিছে।

প্ৰস্তুতিৰ বুজ লৈ প্ৰধানমন্ত্ৰীয়ে জেষ্ঠ বিষয়াসকলক নিৰ্দেশ দিয়ে যাতে জনসাধাৰণৰ সুৰক্ষিত স্থানান্তৰ নিশ্চিত হয় আৰু তেওঁলোকে যাতে বিজুলী, টেলিকমিউনিকেচন, স্বাস্থ্য, খোৱা পানী আদিৰ দৰে সকলো অত্যাৱশ্যকীয় সেৱা লাভ কৰে। ঘূৰ্ণি বতাহে ক্ষতি কৰিব পৰা সংবেদনশীল অঞ্চলৰ হস্পিতালত ক’ভিড ব্যৱস্থাপনা, ভেকচিন ক’ল্ড চেইন, পাৱাৰ বেক আপ আৰু অত্যাৱশ্যকীয় ঔষধৰ মজুতকৰণৰ বাবে বিশেষ প্ৰস্তুতিৰ প্ৰয়োজন আছে বুলিও প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক উল্লেখ কৰে।

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Digital transformation: Supercharging the Indian economy and powering an Aatmanirbhar Bharat

Media Coverage

Digital transformation: Supercharging the Indian economy and powering an Aatmanirbhar Bharat
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM praises German Embassy's celebration of Naatu Naatu
March 20, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi praised the Video shared by German Ambassador to India and Bhutan, Dr Philipp Ackermann, where he and members of the embassy celebrated Oscar success of the Nattu Nattu song. The video was shot in Old Delhi.

Earlier in February, Korean embassy in India also came out with a video celebrating the song

Reply to the German Ambassador's tweet, the Prime Minister tweeted :

"The colours and flavours of India! Germans can surely dance and dance well!"