ভাৰতত ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য সমিতিৰ ২০সংখ্যক অধিৱেশন আৰম্ভ হোৱাত প্ৰধানমন্ত্ৰীয়ে অতিশয় আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এই মঞ্চই বিশ্বজুৰি জীৱন্ত পৰম্পৰাক সুৰক্ষা আৰু জনপ্ৰিয় কৰাৰ এক উমৈহতীয়া দৃষ্টিভংগীৰে ডেৰশতাধিক দেশৰ প্ৰতিনিধিসকলক একত্ৰিত কৰিছে।

বিশেষকৈ ঐতিহাসিক লালকিল্লাত এই গুৰুত্বপূৰ্ণ সমাৱেশ আয়োজন কৰি ভাৰত আনন্দিত বুলি কয় প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে এই উপলক্ষে সংস্কৃতিৰ শক্তিক সমাজ আৰু প্ৰজন্মক সংযোগ কৰিবলৈ ভাৰতৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখিছে;

"ইউনেস্ক'ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্য সমিতিৰ ২০সংখ্যক অধিৱেশন ভাৰতত আৰম্ভ হোৱাটো এক অতি আনন্দৰ কথা। এই মঞ্চত আমাৰ উমৈহতীয়া পৰম্পৰাক সংৰক্ষণ আৰু জনপ্ৰিয় কৰাৰ লক্ষ্যৰে ১৫০ খনতকৈও অধিক দেশৰ প্ৰতিনিধি একত্ৰিত হৈছে। ভাৰতে লালকিল্লাত এই বৈঠক আয়োজন কৰি আনন্দিত হৈছে। ইয়াৰ দ্বাৰা সমাজ আৰু প্ৰজন্মক সংযুক্ত কৰিবলৈ সংস্কৃতিৰ শক্তিক সদ্ব্যৱহাৰ কৰাৰ বাবে আমাৰ দায়বদ্ধতাও প্ৰদৰ্শন কৰা হৈছে।" "

@UNESCO”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
But where is India’s economic growth?

Media Coverage

But where is India’s economic growth?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."