25 PRAGATI meetings sees cumulative review of 227 projects with a total investment of over Rs. 10 lakh crore
Coordination between the Centre and the States has increased as a result of the PRAGATI mechanism: PM Modi
Besides stalled projects, PRAGATI has helped in the review and improvement of several social sector schemes: PM
PRAGATI meet: PM Modi reviews progress of 10 infrastructure projects in railway, road, petroleum, power, coal, urban development, and health and family welfare sectors

সক্ৰিয় প্ৰশাসন আৰু সময়ভিত্তিক ৰূপায়নৰ বাবে আইটিচি-আধাৰিত, বহুমুখী মঞ্চ প্ৰগতিৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৫সংখ্যক বৈঠকত মিলিত হয়৷

২৫ সংখ্যক প্ৰগতি বৈঠকত মুঠ ১০ লাখ কোটিৰ বিনিয়োগৰ ২২৭ টা প্ৰকল্পৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়৷ বিভিন্ন খণ্ডৰ ৰাজহুৱা অভিযোগ নিষ্পত্তিৰ দিশতো বৈঠকত পৰ্যালোচনা হয়৷

প্ৰধানমন্ত্ৰীয়ে প্ৰগতিৰ ২৫সংখ্যক বৈঠক সম্পূৰ্ণ হোৱাৰ বাবে সকলো ষ্টেকহ’ল্ডাৰক অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ কয় যে প্ৰগতি ব্যৱস্থাৰ ফলস্বৰূপে কেন্দ্ৰ আৰু ৰাজ্যৰ সমন্বয় বৃদ্ধি হৈছে৷ আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বাবে প্ৰগতি এক মহত্ত্বপূৰ্ণ ইতিবাচক পদক্ষেপ৷ বন্ধ হৈ থকা প্ৰকল্পসমূহৰ লগতে সামাজিক খণ্ডৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা আৰু অগ্ৰগতিৰ ক্ষেত্ৰতো প্ৰগতি সহায়ক হৈ পৰিছে৷

আজি ২৫ সংখ্যক বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন সৈনিকৰ কল্যাণৰ সৈতে জড়িত অভিযোগ নিষ্পত্তিৰো বুজ লয়৷ অভিযোগ নিষ্পত্তিৰ গতি ক্ষিপ্ৰ হোৱাৰ ওপৰত তেওঁ জোৰ দিয়ে, যাতে কম সময়ৰ ভিতৰত প্ৰাক্তন সৈনিকসকলৰ সমস্যা ইতিবাচকভাৱে সমাধান হয়৷

প্ৰধানমন্ত্ৰীয়ে ৰে’লৱে, পথ পৰিবহন, পেট্ৰ’লিয়াম, শক্তি, কয়লা, চহৰ উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ খণ্ডৰ ১০ টা আন্তঃগাথনিমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়৷ এই প্ৰকল্পসমূহ হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, অসম, ছিকিম, পশ্চিম বংগ, বিহাৰ, তামিলনাডু আৰু ঝাৰখণ্ড আদি ৰাজ্যত চলি আছে৷

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ তেওঁ লগতে অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় ফেল’শ্বিপ আৰু স্ক’লাৰশ্বিপ আঁচনিৰো বুজ লয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG

Media Coverage

India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Abelardo de la Espriella on his victory in the Colombian presidential elections
June 26, 2026

Prime Minister Shri Narendra Modi congratulated Abelardo de la Espriella on his victory in the Colombian presidential elections.

The Prime Minister noted that India deeply values its close friendship with Colombia which continues to grow in all areas. “I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead”, Shri Modi added.

Shri Modi posted on X;

Heartiest congratulations, Abelardo de la Espriella, on your victory in the Colombian presidential elections.

India values its close friendship with Colombia which continues to grow in all areas. I convey my best wishes for a successful tenure and look forward to working together to further deepen our bilateral relations in the years ahead.

@ABDELAESPRIELLA