প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নমো এপত বিকশিত ভাৰত এম্বেছাদৰ মডিউলত প্ৰভাৱশালী কাম সম্পন্ন কৰাৰ ১০০ দিনীয়া প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে। শ্ৰী মোদীয়ে লগতে কয় যে বিকাশ ভাৰতৰ ৰাষ্ট্ৰদূত হোৱাটো শক্তিসমূহ একত্ৰিত কৰাৰ, উন্নয়নৰ কাৰ্যসূচী প্ৰসাৰিত কৰাৰ আৰু উন্নত ভাৰতৰ আমাৰ মিছন পূৰণৰ বাবে আমাৰ শক্তিসমূহ ব্যৱহাৰ কৰাৰ এক আদৰ্শ উপায়।

 

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ এটা পোষ্টত কয়ঃ

 

“১৪০ কোটি ভাৰতীয়ই বিশ্বক দেখুৱাইছে মানৱ সঞ্চালিক উন্নয়ন কি!

 

বিকশিত ভাৰত হোৱাৰ সামূহিক প্ৰচেষ্টাত আমাৰ প্ৰত্যেকেই অৱদান অবিচ্ছেদ্য।


https://www.narendramodi.in/ViksitBharatAmbassador
 

বিকশিত ভাৰতৰ ৰাষ্ট্ৰদূত হোৱাটো আমাৰ শক্তিসমূহ একত্ৰিত কৰাৰ, উন্নয়নৰ কাৰ্যসূচী প্ৰসাৰিত কৰাৰ আৰু ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ আমাৰ মিছন পূৰণৰ বাবে আমাৰ শক্তিসমূহ ব্যৱহাৰ কৰাৰ এক আদৰ্শ উপায়।

 

আহক, আমি নমো এপত চাইন আপ কৰি এই গণ আন্দোলনত যোগদান কৰোঁ আৰু বিকশিত ভাৰতৰ ৰাষ্ট্ৰূদত মডিউলত সহজ কিন্তু অতি প্ৰভাৱশালী কাম সম্পন্ন কৰাৰ ১০০ দিনীয়া প্ৰত্যাহ্বান গ্ৰহণ কৰোঁ।

 

মই ব্যক্তিগতভাৱে সকলো স্তৰৰ কিছুমান অতি শক্তিশালী আৰু সম্ভাৱনাপূৰ্ণ ৰাষ্ট্ৰদূতক লগ পাবলৈ আগ্ৰহী।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মে’ 2026
May 04, 2026

Green Roads, Smart Tolls, Trillion-Dollar Dreams: How PM Modi's Policies are Supercharging a Modern India