প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ৰ ১৬ ডিচেম্বৰত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব৷

ৰায়বেৰেলি প্ৰধানমন্ত্ৰীয়ে আধূনিক ডবা নিৰ্মাণ কাৰখানা পৰিদৰ্শন কৰিব৷ এই উপলক্ষে এক ৰাজহুৱা সভাততেওঁ কাৰখানাটোৰ ৯০০সংখ্যক ডবা আৰু হমছফৰ ৰেকৰ শুভাৰম্ভ কৰিব৷ তেওঁ একাধিক প্ৰকল্প দেশবাসীৰনামত উচৰ্গা কৰা, উদ্বোধন তথা আধাৰশিলাও স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰীয়ে এক ৰাজহুৱা সভাতো ভাষণআগবঢ়াব৷

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী প্ৰয়াগৰাজ অভিমূখে ৰাওনা হ’ব৷ তাত তেওঁ কুম্ভ মেলাৰ বাবে এক অত্যাধূনিক নিয়ন্ত্ৰণকেন্দ্ৰ উদ্বোধন কৰিব৷ তেওঁ গংগা পূজন কৰাৰ লগতে স্বচ্ছ কুম্ভ প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব৷ শ্ৰী নৰেন্দ্ৰ মোদীয়েপ্ৰয়াগৰাজত “অক্ষয়ভাটো” ভ্ৰমণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে অন্দাৱা অভিমূখে  ৰাওনা হ’ব, তাত তেওঁ একাধিক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গাকৰা, উদ্বোধন তথা আধাৰশিলাও স্থাপন কৰিব৷  প্ৰধানমন্ত্ৰীয়ে তাতো এক ৰাজহুৱা সভাতো ভাষণ আগবঢ়াব৷

প্ৰধানমন্ত্ৰীয়ে অন্দাৱাৰ পাছতে প্ৰয়াগৰাজৰ বামৰৌলিত উপস্থিত হ’ব৷ দিল্লীৰ প্ৰত্যাৱৰ্তন কৰাৰ পূৰ্বে তেওঁবিমানবন্দৰটোৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-Oman CEPA to boost trade, investment and mobility of Indian professionals: Subhrakant Panda

Media Coverage

India-Oman CEPA to boost trade, investment and mobility of Indian professionals: Subhrakant Panda
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Gujarat meets Prime Minister
December 19, 2025

The Chief Minister of Gujarat, Shri Bhupendra Patel met Prime Minister, Shri Narendra Modi today in New Delhi.

The Prime Minister’s Office posted on X;

“Chief Minister of Gujarat, Shri @Bhupendrapbjp met Prime Minister @narendramodi.

@CMOGuj”