PM Modi to visit Jhunjhunu, launch pan-India expansion of Beti Bachao Beti Padhao movement
PM to launch National Nutrition Mission aimed at reducing under-nutrition and low birth weight, bring down anaemia among young children, women and adolescent girls

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মাৰ্চত ৰাজস্থানৰ ঝুনজুনু জিলা ভ্ৰমণ কৰিব৷ কন্যা শিশুৰ অধিকাৰ আৰু শিক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে ৰূপায়ন কৰা বেটা বচাও বেটী পঢ়াও কাৰ্যসূচীৰ সম্প্ৰসাৰিত সংস্কৰণ তেওঁ উদ্বোধন কৰিব৷ এই সম্প্ৰসাৰণে বৰ্তমানৰ ১৬১খন জিলাৰ পৰা দেশৰ মুঠ ৬৪০জিলাক সাঙুৰি ল’ব৷

বেটী বচাও বেটা পঢ়াও আঁচনিৰ উপভোক্তা মাতৃ আৰু কন্যা শিশুসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপত মিলিত হ’ব৷ বেটী বচাও বেটা পঢ়াও আঁচনিৰ অধীনত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰা জিলাসমূহক তেওঁ প্ৰমাণপত্ৰ প্ৰদান কৰিব৷

আন এক গুৰু্ত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ঝুনঝুনুৰ পৰা দেশবাসীলৈ মুকলি কৰিব ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযান৷ তেওঁ এনএনএম-আইচিডিএছ কমন এপ্লিকেচন ছফটৱেৰো আনুষ্ঠানিকভাৱে মুকলি কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi