QuotePM Modi to inaugurate world’s largest statue, the #StatueOfUnity
Quote#StatueOfUnity: The 182 metre statue of Sardar Vallabhbhai Patel is located at Kevadiya in Narmada District of Gujarat
QuotePM Modi to visit museum and exhibition at 153 metres height inside the #StatueOfUnity
Quote#StatueOfUnity offers a spectacular view of the Sardar Sarovar Dam, its reservoir and the Satpura and Vindhya mountain ranges

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰত গুজৰাটৰ কেৱাড়িয়াত বিশ্বৰ উচ্চতম প্ৰতিমূৰ্তি উন্মোচন কৰিব৷

গুজৰাটৰ নৰ্মদা জিলাৰ কেৱাড়িয়াত স্থাপিত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৮২ মিটাৰ উচ্চতাৰ প্ৰতিমূৰ্তিটো তেওঁৰ জন্ম জয়ন্তী উপলক্ষে দেশবাসীলৈ উৎসৰ্গা কৰা হ’ব৷

উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৰু আন গণ্য-মান্য ব্যক্তিসকলে ভূমি আৰু নৰ্মদাৰ পানী এটি কলহত ভৰাই ‘ষ্টেচু অৱ ইউনিটী’ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব৷ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত জনসাধাৰণক সম্বোধনো কৰিব৷

ইয়াৰ পাছতে তেওঁ ৱাল অৱ ইউনিটীত উপস্থিত হ’ব আৰু ইয়াৰ শুভাৰম্ভ কৰিব৷ ষ্টেচু অৱ ইউনিটীৰ চৰণত প্ৰধানমন্ত্ৰীয়ে এক বিশেষ প্ৰাৰ্থনাত অংশ ল’ব৷ লগতে তেওঁ সংগ্ৰহালয়, প্ৰদৰ্শনী আৰু দৰ্শকৰ গেলাৰী পৰিদৰ্শন কৰিব৷ ১৫৩ মিটাৰ উচ্চতাৰ এই গেলাৰীত একেসময়তে ২০০ দৰ্শক একগোট হ’ব পাৰিব৷ ইয়াৰ পৰা পৰ্যটকে চৰ্দাৰ সৰোৱৰ বান্ধ, ইয়াৰ জলাশয়ৰ লগতে ছাটপুৰা আৰু ভিন্ধিয়া পৰ্বতৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব৷

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How India Fooled Pakistan Using Dummy Fighter Jet To Deceive Air Defence Systems During Op Sindoor

Media Coverage

How India Fooled Pakistan Using Dummy Fighter Jet To Deceive Air Defence Systems During Op Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 মে’ 2025
May 17, 2025

India Continues to Surge Ahead with PM Modi’s Vision of an Aatmanirbhar Bharat