প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে নতুন দিল্লীত ইস্ক’নে আয়োজিত কৰা গীতা আৰাধনা মহোৎসৱত উপস্থিত থাকিব৷

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ইস্ক’নৰ ভক্তসমাজে প্ৰস্তুত কৰা ভাগৱত গীতা মুকলি কৰিব৷ এই ভাগৱত গীতাখন ২.৮ দীঘল আৰু ওজন ৮০০ কিলোগ্ৰাম৷ ইয়াত মূল ভাগৱতৰ শ্লোকসমূহ থকাৰ লগতে মন্তব্যসমূহো আছে৷ প্ৰধানমন্ত্ৰীয়ে এই ভাগৱত গীতাৰ পৃষ্ঠা এখন লুটিয়াই গ্ৰন্থখন মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে উপস্থিত জনতাক সম্বোধি ভাষণো প্ৰদান কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Political stability helped India seal major trade deals: PM Narendra Modi

Media Coverage

Political stability helped India seal major trade deals: PM Narendra Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 ফেব্ৰুৱাৰী 2026
February 16, 2026

Viksit Bharat 2047 Unlocked: PM Modi's AI Ecosystem + Solar Revolution = Global Leadership in Health & Sustainability