প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব জৈৱ ইন্ধন দিৱস-২০১৮ উপলক্ষে ১০ আগষ্ট, ২০১৮ত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।

এই উপলক্ষে তেওঁ সমবেত বিভিন্ন ক্ষেত্ৰ, বিশেষকৈ কৃষক, বিজ্ঞান, উদ্যোগী, শিক্ষাৰ্থী, চৰকাৰী বিষয়াবৰ্গৰ লগতে বিধানপালিকাৰ লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব।

জৈৱ ইন্ধনে খাৰুৱা তেলৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিব। সেইবোৰে এক পৰিষ্কাৰ পৰিৱেশৰ বৰঙণি যোগোব, কৃষকসকলৰ বাবে অতিৰিক্ত উপাৰ্জন বৃদ্ধি কৰাৰ লগতে গ্ৰামাঞ্চলত সংস্থাপনৰ সৃষ্টি কৰিব। সেইবাবে কৃষকৰ আয় আৰু স্বচ্ছ ভাৰতকে ধৰি চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাসমূহৰ সৈতে জৈৱ ইন্ধনৰ এক সম্বন্ধ আছে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে, ২০১৩-১৪ৰ পৰা বছৰি ইথানল মিহলি পেট্ৰ’লৰ যোগান পৰিমাণ ৩৮ কোটি লিটাৰলৈ বৃদ্ধি পাইছে আৰু ২০১৭-১৮ বৰ্ষত এই পৰিমাণ ১২১ কোটি লিটাৰলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰে ২০১৮ৰ জুন মাহত জৈৱ ইন্ধনৰ ৰাষ্ট্ৰীয় নীতিত অনুমোদন জনাইছে।

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian economy 'resilient' despite 'fragile' global growth outlook: RBI Bulletin

Media Coverage

Indian economy 'resilient' despite 'fragile' global growth outlook: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM attends the Defence Investiture Ceremony-2025 (Phase-1)
May 22, 2025

The Prime Minister Shri Narendra Modi attended the Defence Investiture Ceremony-2025 (Phase-1) in Rashtrapati Bhavan, New Delhi today, where Gallantry Awards were presented.

He wrote in a post on X:

“Attended the Defence Investiture Ceremony-2025 (Phase-1), where Gallantry Awards were presented. India will always be grateful to our armed forces for their valour and commitment to safeguarding our nation.”