প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলে প্ৰদান কৰা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

ভুটানৰ প্ৰধানমন্ত্ৰীৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক ধন্যবাদ জনাইছোঁ৷

 

 

নেপালৰ প্ৰধানমন্ত্ৰীৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক কৃতজ্ঞতা জনাইছো৷ ভাৰত আৰু নেপালৰ মাজত থকা সুদৃঢ় বন্ধন সম্পৰ্কে আপোনাৰ লগত সম্পূৰ্ণ একমত।”

 

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুক ধন্যবাদ জনাইছো৷

ভাৰতে মালদ্বীপক এক মূল্যৱান বন্ধু বুলি গণ্য কৰে আৰু আমাৰ দেশসমূহে আমাৰ জনসাধাৰণৰ স্বাৰ্থত একেলগে কাম কৰি যাব।”

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ

 

‘আমাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক ধন্যবাদ জনাইছো। মইও তেওঁৰ ভাৰত ভ্ৰমণৰ বাবেই নহয়, আমাৰ বিভিন্ন আদান-প্ৰদানৰ কথাও মৰমেৰে মনত পেলাইছো, যিয়ে ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্বত যথেষ্ট শক্তি যোগ কৰিছে। আমি বৈশ্বিক মংগলৰ বাবে একেলগে কাম কৰি যাম।”

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

‘স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জগন্নাথক ধন্যবাদ। আমাৰ দেশসমূহৰ মাজত বন্ধুত্ব বাঢ়ি যাওক আৰু আৰু অধিক বহুমুখী হওক।”

 

ইউএইৰ প্ৰধানমন্ত্ৰী মহামহিম মহম্মদ বিন ৰছিদ আল মাকতুমৰ এই পোষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে এক্সত তলত দিয়া পোষ্টটো কৰে।

"আপোনাৰ ইচ্ছাৰ বাবে @HHShkMohdৰ প্ৰতি কৃতজ্ঞতা জনাইছো। ভাৰত আৰু ইউ এ ইৰ মাজত শক্তিশালী সম্পৰ্কৰ প্ৰতি আপোনাৰ ব্যক্তিগত দায়বদ্ধতা প্ৰশংসনীয়। ই আমাৰ দেশসমূহে বছৰি লালন-পালন কৰা বন্ধুত্বৰ বান্ধোনক সুদৃঢ কৰিব।"

 

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ উত্তৰত শ্ৰী মোদীয়ে এক্সত পোষ্ট লিখে:

“স্বাধীনতা দিৱসত আপোনাৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো, প্ৰধানমন্ত্ৰী @GiorgiaMeloni। ভাৰত-ইটালীৰ বন্ধুত্ব আৰু আগুৱাই যাওক আৰু এটা সুস্থ পৃথিৱীৰ দিশত অৰিহণা যোগাওক।”

 

 

Replying to the Prime Minister of Italy Georgia Meloni's Independence Day wishes, Shri Modi posted on X:

“Grateful for your Independence Day wishes, PM @GiorgiaMeloni. May the India-Italy friendship keep growing and contributing towards a better planet.”

 

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় স্বাধীনতা দিৱসত উষ্ম শুভেচ্ছা জনোৱাৰ বাবে গুৱানাৰ ৰাষ্ট্ৰপতি ড ইৰফান আলীক ধন্যবাদ জ্ঞাপন কৰে।

ডাঃ আলীৰ পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে এক্সত লিখেঃ

“আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে @presidentaligyক ধন্যবাদ জনাইছো । আমাৰ মানুহৰ মাজত বন্ধুত্ব আৰু অধিক শক্তিশালী কৰিবলৈ আপোনালোকৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"