Calls for better standing in ‘Toyoconomy’
Underlines the importance of toy sector in taking development and growth to the neediest segments
We need be vocal for local toys: PM
The world wants to learn about India’s capabilities, art and culture and society, toys can play a big role in that: PM
India has ample content and competence for digital gaming: PM
75th anniversary of India’s Independence is a huge opportunity for the innovators and creators of the toy industry: PM

আপোনালোকৰ কথা শনি মোৰ খুবেই ভাল লাগিছে আৰু মোৰ আনন্দ লাগিছে যে আমাৰ সতীৰ্থ মন্ত্ৰী পিয়ুষ জী, সঞ্জয় জীকে ধৰি এই সকলো ব্যক্তি আজি আমাৰ সৈতে আছে আৰু ‘টয়কাথন’লৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰী তথা অন্য মহানুভৱসকল তথা আজি এই কাৰ্যক্ৰম চাই থকাসকল

চাওক, আমাৰ ইয়াত কোৱা হয়- ‘সাহসে খলু শ্ৰীঃ বসতি’। অৰ্থাত্, ‘সাহসতহে শ্ৰী থাকে, সমৃদ্ধি সম্ভৱ হয়’। এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশৰ প্ৰথমখন ‘টয়কাথন’-ৰ আয়য়োজনে এই ভাৱনাকে শক্তি-সমৃদ্ধ কৰে। এই ‘টয়কাথন’-ত আমাৰ কিশোৰ বন্ধুসকলৰ লগতে যুৱ-বন্ধু, শিক্ষক, ষ্টাৰ্টআপ আৰু উদ্যমীসকলেও পৰম উতসাহৰে অংশগ্ৰহণ কৰিছে। প্ৰথমবাৰতে ডেৰহাজাৰৰো অধিক দলে ‘গ্ৰেণ্ড ফিনালে’-ত যোগদান কৰা কথাই আক্ষৰিক অৰ্থতে উজ্জ্বল ভৱিষ্যতৰ সংকেত দিছে বুলি ক’ব লাগিব। এই ‘পুতলা আৰু খেল’ৰ ক্ষেত্ৰখনে আত্মনিৰ্ভৰ ভাৰত অভিযানকো শক্তিসমৃদ্ধ কৰিব। ইয়াত কিছু সংখ্যক বন্ধুয়ে আগবঢ়োৱা বহুত ভাল ‘আইডিয়া’ও উন্মোচিত হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া কিছু সংখ্যক বন্ধুৰ সৈতে কথা-বতৰা হোৱাৰ সুয়োগ পাইছিলো। ইয়াৰ বাবে মই আকৌ এবাৰ সকলোকে অভিনন্দন জনাব খুজিছো।

বন্ধুসকল,

বিগত ৫-৬টা বছৰত ‘হেকাথন’ক দেশৰ সমস্যাসমূহ সমাধানৰ এক বৃহত্ মঞ্চৰ ৰূপত গঢ়ি তোলা হৈছে। ইয়াৰ নেপথ্যত থকা ভাৱনা হৈছে- ‘দেশৰ সামৰ্থ্যসমূহক সংগঠিত কৰা, সেইবোৰক এক মাধ্যম প্ৰদান কৰা’। দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আৰু সমাধানৰ সৈতে আমাৰ নৱ-প্ৰজন্মৰ পোন-পতীয়া সম্পৰ্ক অধিক শক্তিশালী হ’লে আমাৰ যুৱশক্তিৰ প্ৰতিভাও উন্মোচিত হয় আৰু লগতে দেশেও উন্নত সমাধানসূত্ৰ লাভ কৰিব পাৰে। দেশৰ প্ৰথমখন ‘টয়াকাথন’ৰ উদ্দেশ্যও এয়াই। মোৰ মনত আছে, মই ‘খেলনা আৰু ডিজিটেল গে’মিঙ’ৰ পৃথিৱীত আত্মনিৰ্ভৰতা আৰু স্থানীয় সমাধানৰ বাবে যুৱ বন্ধুসকলক আহ্বান জনাইছিলো। তাৰ এক ইতিবাচক সঁহাৰি দেশত দেখিবলৈ পোৱা গৈছে। অৱশ্যে, কিছুসংখ্যক লোকে ভাবিছে ‘খেলনাহে, ইয়াকো লৈনো ইমানকৈ ভবাৰ, ইমান গম্ভীৰ চৰ্চা কৰাৰ কি প্ৰয়োজন আছে’? দৰাচলতে এই ‘পুতলা’, এই ‘গে’মছ’, আমাৰ মানসিক শক্তি, আমাৰ সৃষ্টিশীলতা আৰু আমাৰ অৰ্থব্যৱস্থাৰ ওপৰত, এনে অনেক দিশক প্ৰভাৱিত কৰে। সেয়ে, এনেবোৰ বিষয়ৰ কথা চৰ্চা কৰাটোও সিমানেই আৱশ্যক হয়। আমি সকলোৱে জানো যে শিশুসকলৰ প্ৰথম কথা-বতৰা এই পতলাৰ মাধ্যমৰেই হয়। আপোনালোকে নিশ্চয় দেখিছে যে, শিশুসকলে পুতলাৰ সৈতে কথা-বতৰা পাতি থাকে, সিহঁতক নিৰ্দেশ দিয়ে, সিহঁতৰ হতুৱাই কিছুমান কামো কৰায়। কিয়নো, তাৰ পৰাই তেওঁলোকৰ সামাজিক চিন্তনৰ এক প্ৰকাৰে আৰম্ভণী হয়। সেইদৰেই, এই ‘পুতলা’, এই ‘ব’ৰ্ড গে’মছ’, লাহে লাহে তেওঁলোকৰ স্কুলীয়া জীৱনৰো এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰে, শিকা আৰু শিকোৱাৰ মাধ্যম হৈ উঠে। তদুপৰি, পুতলাৰে জড়িত আৰু এটা বহুত ডাঙৰ পক্ষ আছে যাক সকলোৱে জনাটো নিতান্তই জৰুৰী। এয়া হৈছে ‘টয়জ আৰু গেমিং’-ৰ পৃথিৱীখনৰ অৰ্থব্যৱস্থা-‘টয়ক’নমী’। আজি আমি যি মুহূৰ্তত কথা পাতি আছো, তেতিয়া গোলকীয় পুতলাৰ বাণিজ্যক্ষেত্ৰখন পৰিসৰ প্ৰায় ১০০বিলিয়ন ডলাৰৰ হৈছেগৈ। এই বিশাল ক্ষেত্ৰখনত ভাৰত অংশীদাৰিত্ব কেৱল ডেৰ বিলিয়ন ডলাৰৰ আশে-পাশে আছে, কেৱল ডেৰ বিলিয়ন মাত্ৰ। আজিৰ তাৰিখতো আমাৰ দেশত প্ৰয়োজন হোৱা ৮০% পুতলাই বিদেশৰ পৰা আমদানি কৰো। অৰ্থাত, ইয়াৰ বাবেও দেশৰ কোটি কোটি টকা বাহিৰলৈ গৈ আছে। এই পৰিস্থিতি সলনি কৰাৰ খুবেই প্ৰয়োজনীয়তা আছে। আৰু এয়া কেৱল তথ্যই নহয়, বৰঞ্চ এই খণ্ডই, দেশৰ সেই বৰ্গ পৰ্যন্ত, সেই অংশ পৰ্যন্ত বিকশিত কৰাৰ সামৰ্থ্য বহণ কৰে, য’ত ইয়াৰ এতিয়া সকলোতকৈ অধিক প্ৰয়োজনীয়তা আছে। খেলৰে জড়িত আমাৰ কুটীৰ শিল্পই হওক, আমাৰ কলাই হওক, আমাৰ কাৰিকৰীয়েই হওক, সেয়া গাঁও, দৰিদ্ৰ, দলিত, আদিবাসী সমাজতহে অধিক সংখ্যাত উপলব্ধ। আমাৰ এইসকল বন্ধুৱে তেনেই সীমিত সংসাধনৰেই আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতিক নিজৰ উত্তম কলাৰে উজলাই তুলি আমাৰ পুতলাবোৰত অৰ্পিত কৰিছে। ইয়াৰ দ্বাৰাও বিশেষ ৰূপত আমাৰ বাই-ভনীসকল, আমাৰ জীয়ৰীসকলে বহু ডাঙৰ ভূমিকা পালন কৰি আহিছে।  পুতলাৰে জড়িত খণ্ডটোৰ বিকাশৰে, এইসকল মহিলাৰে সৈতে দেশৰ দূৰ-দূৰণিৰ অঞ্চলসমূহত বসবাস কৰা আমাৰ আদিবাসী আৰু আৰু দপখীয়া মিত্ৰসকলৰো বহুত লাভ হ’ব। পিচে, এয়া তেতিয়াহে সম্ভৱ হ’ব য়েতিয়া, আমি নিজৰ স্থানীয় পুতলা সন্দৰ্ভত ‘ভোকেল’ হ’ম, ‘লোকেল’ৰ বাবে ‘ভোকেল’ হোৱাটো নিতান্তই জৰুৰী আৰু তাকে উত্তম ৰূপত সম্পাদিত কৰিবলৈ, গোলকীয় বাণিজ্য ক্ষেত্ৰত যোগ্য কৰি তোলাৰ বাবে সকলো পৰ্যায়তে উতসাহিত কৰাৰ ব্যৱস্থা কৰিম। ইয়াৰ বাবে উদ্ভাৱনৰ পৰা বিত্তীয় সহযোগিতালৈকে নতুন আৰ্হি প্ৰস্তুত কৰাৰ বিশেষ প্ৰয়োজন আছে। প্ৰতিটো নতুন ‘আইডিয়া’ক প্ৰতিপালন কৰাৰ প্ৰয়োজন আছে। নতুন ‘ষ্টাৰ্টআপ’ক কেনেকৈ ‘প্ৰমোট’ কৰিব লাগে আৰু পুতলাৰ পাৰম্পাৰিক কলাসমূহক, কলাকাৰসকলক কেনেকৈ নতুন প্ৰযুক্তি, নতুন বজাৰৰ চাহিদাৰ অনুসাৰে তৈয়াৰ কৰি উলিওৱা হয়, এই বিষয়েও চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে। ‘টয়কাথন’ৰ দৰে কাৰ্যক্ৰমৰ আয়োজনৰ নেপথ্যত এনে চিন্তাই কৰা হৈছে।

বন্ধুসকল,

সস্তীয়া ‘ডাটা’ আৰু ‘ইণ্টাৰনেট’লৈ অহা তত্পৰতাই আজি গাঁও গাঁও পৰ্যন্ত দেশক ডিজিটেলী সংযোজিত কৰি আছে। ইয়াৰ ফলত শাৰিৰীক ‘খেল’ আৰু ‘খেলনা’ৰ লগতে ‘ভাৰ্চুৱেল’, ‘ডিজিটেল’, ‘অনলাইন গেমিং’-তো ভাৰতৰ সম্ভাৱনা আৰু সামৰ্থ্য, দুয়োটাই দুৰন্ত গতিৰে বাঢ়িবলৈ ধৰিছে। পিচে, যিমানবোৰ ‘অনলাইন’ বা ‘ডিজিটেল গে’মছ’ আজি বজাৰত উপলব্ধ হৈ আছে, তাৰ ভিতৰৰ সৰহ সংখ্যকৰে ‘কনচেপ্ট’ ভাৰতীয় নহয়। এইবোৰ আমাৰ চিন্তা-চৰ্চাৰে মিলা ধণৰ নহয়। আপোনালোকেও জানে যে ইয়াৰ অনেক ‘গেমছ’-ৰ ‘কনচেপ্ট’ হয় হিংসাত্মক কথা-কাণ্ডক উতসাহিত কৰা বিধৰ অথবা মানসিক চাপৰ কাৰক হিচাপে পৰিগণিত হোৱা ধৰণৰ। সেয়ে, এনেবোৰ ‘কনচেপ্ট’ৰ বৈকল্পিক  ‘কনচেপ্ট’ৰে আৰ্হি যুগুতোৱা খেল বিকশিত কৰা, য’ত ভাৰতীয় মূল চিন্তা, সম্পূৰ্ণ মানৱ জাতিৰ কল্যাণ সাধনৰে জড়িত কথা-বতৰাৰে প্ৰণিত হোৱা বিধৰ আৰ্হি যুগুতোৱা আৰু কাৰিকৰীগত ভাবে উন্নত, আমোদ দায়ক, সুস্থ-সবল হোৱা বিধৰ খেল যুগুতাই উলিওৱাটো আমাৰ দায়িত্ব হোৱা উচিত। আৰু মই এতিয়া স্পষ্টকৈয়ে দেখিবলৈ পাইছো যে ‘ডিজিটেল গেমিং’-ৰ বাবে জৰুৰী বিষয়বস্তু আৰু সামৰ্থ্যতা আমাৰ দেশত প্ৰচুৰ পৰিমাণেই আছে। আমি ‘টয়কাথন’-তো ভাৰতৰ এই শক্তিক বাৰুকৈয়ে দেখিবলৈ পাইছো। ইয়াতো যিবোৰ ‘আইডিয়া’ নিৰ্বাচিত কৰা হৈছে, সেইবোৰত গণিত আৰু ৰসায়ন বিজ্ঞানক সহজ কৰা ধৰণৰ অৱধাৰণা আছে, আৰু লগতে ‘মূল্যবোধ সম্পন্ন সমাজ’ক শক্তিশালী কৰিব পৰা চিন্তনো আছে। এতিয়া ‘আই কাগ্ৰীটো’ ‘গেমিঙ’ৰ যি ধাৰণা আপোনালোকে দিছে, ইয়াতো ভাৰতৰ এই শক্তিয়েই সমাবেশিত হৈছে। ‘যোগ’ৰ পৰা ‘ভি-আৰ’ আৰু ‘এ-আই’ প্ৰযুক্তিৰে জড়িত কৰি এক নতুন ‘গেমিং’ সমাধান পৃথিৱীক দিবলৈ লোৱাতো অতিকে সুন্দৰ এক প্ৰয়াস। সেইদৰেই আয়ুৰ্বেদৰে জড়িত ‘ব’ৰ্ড গেমছ’ও পুৰাতন আৰু নতুনৰ এক অদ্ভুত সংগম হিচাপে পৰিগণিত হৈছে। এই ‘গেমছ’য়ে ‘যোগ’ক পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সম্প্ৰচাৰিত কৰাৰ ক্ষেত্ৰত অনন্য ভূমিকা পালন কৰিব যে সেয়া নিশ্চয় আশা কৰিব পাৰি।

বন্ধুসকল,

ভাৰতৰ বৰ্তামান সামৰ্থ্যসমূহক, ভাৰতৰ কলা-সংস্কৃতিক, ভাৰতৰ সমাজক আজি পৃথিৱীয়ে অধিক আগ্ৰহৰে বুজি উঠিবলৈ উত্সুকতা প্ৰদৰ্শন কৰিবলৈ ধৰিছে। এনে প্ৰেক্ষাপটত আমাৰ ‘পুতলা আৰু গেমিং’ উদ্যোগে বহুত ডাঙৰ ভূমিকা পালন কৰিব পাৰে। সকলো যুৱ-উদ্ভাৱক, প্ৰতিটো ‘ষ্টাৰ্টআপ’ৰ প্ৰতি মোৰ এটাই অনুৰোধ যে তেওঁলোকে এটা কথাত নিতান্তই চকু দিয়ক। আপোনালোকৰ ওপৰত পৃথিৱীৰ প্ৰান্তে প্ৰান্তে ভাৰতৰ চিন্তা আৰু ভাৰতৰ সামৰ্থ্য দুয়োটাকে সাব্যস্ত কৰাৰ দায়িত্ব অৰ্পিত হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ পৰা ‘বসুধৈৱ কুটুম্বকম’-ৰ আমাৰ শাশ্বত চিন্তনক সমৃদ্ধ কৰাৰো দায়িত্ব আপোনালোকৰ ওপৰত আছে। আজি দেশৰ স্বাধীনতাৰ ৭৫বৰ্ষ পূৰ্তিৰ অমৃত মহোত্সৱ উদযাপন কৰিবলৈ ওলোৱাৰ মুহূৰ্তত এই ‘টয় আৰু গেমিং’-ৰে জড়িত সকলো উদ্ভাৱক আৰু স্ৰষ্টাৰ বাবে এক বৃহত্ সুযোগ উপস্থিত হৈছেহি। স্বাধীনতা সংগ্ৰামৰে জড়িত অনেক কাহিনী আছে যিবোৰক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ প্ৰয়োজন আছে। আমাৰ স্বাধীনতা সংগ্ৰামী, আমাৰ সেনানীসকলৰ শৌৰ্য, নেতৃত্বৰে বিজড়িত নানা কাহিনী ‘খেলনা আৰু গে’মছ’ৰ বিষয়বস্তুৰ ৰূপত যুগুতাব পৰা যায়। আপোনালোকে ভাৰতৰ লোক-গাঁথাক ভৱিষ্যতৰ অৱধাৰণাৰে গঢ়ি তুলিব পাৰে। আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলক লৈ দেশে বহু আশা কৰে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে নিজৰ নিজৰ লক্ষ্যত নিশ্চয় সফল হ’বই, আপোনালোকে নিজৰ সপোনবোৰ বাস্তৱ কৰিব পাৰিবই। আকৌ এবাৰ এই ‘টয়কাথন’-ৰ সাফল্ আয়োজনৰ বাবে মই বহুত বহুত শুভ কামনা জ্ঞাপন কৰিলোঁ।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India goes Intercontinental with landmark EU trade deal

Media Coverage

India goes Intercontinental with landmark EU trade deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM's remarks at beginning of the Budget Session of Parliament
January 29, 2026
The President’s Address Reflects Confidence and Aspirations of 140 crore Indians: PM
India-EU Free Trade Agreement Opens Vast Opportunities for Youth, Farmers, and Manufacturers: PM
Our Government believes in Reform, Perform, Transform; Nation is moving Rapidly on Reform Express: PM
India’s Democracy and Demography are a Beacon of Hope for the World: PM
The time is for Solutions, Empowering Decisions and Accelerating Reforms: PM

नमस्कार साथियों!

कल राष्ट्रपति जी का उद्बोधन 140 करोड़ देशवासियों के आत्मविश्वास की अभिव्यक्ति था, 140 करोड़ देशवासियों के पुरुषार्थ का लेखा-जोखा था और 140 करोड़ देशवासी और उसमें भी ज्यादातर युवा, उनके एस्पिरेशन को रेखांकित करने का बहुत ही सटीक उद्बोधन, सभी सांसदों के लिए कई मार्गदर्शक बातें भी, कल आदरणीय राष्ट्रपति जी ने सदन में सबके सामने रखी हैं। सत्र के प्रारंभ में ही और 2026 के प्रारंभ में ही, आदरणीय राष्ट्रपति जी ने सांसदों से जो अपेक्षाएं व्यक्त की हैं, उन्होंने बहुत ही सरल शब्दों में राष्ट्र के मुखिया के रूप में जो भावनाएं व्यक्त की हैं, मुझे पूरा विश्वास है कि सभी माननीय सांसदों ने उसको गंभीरता से लिया ही होगा और यह सत्र अपने आप में बहुत ही महत्वपूर्ण सत्र होता है। यह बजट सत्र है, 21वीं सदी का एक चौथाई हिस्सा बीत चुका है, यह दूसरी चौथाई का प्रारंभ हो रहा है, और 2047 विकसित भारत के लक्ष्य को प्राप्त करने के लिए यह महत्वपूर्ण 25 वर्ष का दौर आरंभ हो रहा है और यह दूसरे क्वार्टर का, इस शताब्दी के दूसरे क्वार्टर का यह पहला बजट आ रहा है और वित्त मंत्री निर्मला जी, देश की पहली वित्त मंत्री ऐसी हैं, महिला वित्त मंत्री ऐसी हैं, जो लगातार 9वीं बार देश के संसद में बजट प्रस्तुत करने जा रही है। यह अपने आप में एक गौरव पल के रूप में भारत के संसदीय इतिहास में रजिस्टर हो रहा है।

साथियों,

इस वर्ष का प्रारंभ बहुत ही पॉजिटिव नोट के साथ शुरू हुआ है। आत्मविश्वास से भरा हिंदुस्तान आज विश्व के लिए आशा की किरण भी बना है, आकर्षण का केंद्र भी बना है। इस क्वार्टर के प्रारंभ में ही भारत और यूरोपीय यूनियन का फ्री ट्रेड एग्रीमेंट आने वाली दिशाएं कितनी उज्ज्वल हैं, भारत के युवाओं का भविष्य कितना उज्ज्वल है, उसकी एक झलक है। यह फ्री ट्रेड फॉर एंबिशियस भारत है, यह फ्री ट्रेड फॉर एस्पिरेशनल यूथ है, यह फ्री ट्रेड फॉर आत्मनिर्भर भारत है और मुझे पक्का विश्वास है, खास करके जो भारत के मैन्युफैक्चरर्स हैं, वे इस अवसर को अपनी क्षमताएं बढ़ाने के लिए करेंगे। और मैं सभी प्रकार के उत्पादकों से यही कहूंगा कि जब भारत यूरोपियन यूनियन के बीच मदर ऑफ ऑल डील्स जिसको कहते हैं, वैसा समझौता हुआ है तब, मेरे देश के उद्योगकार, मेरे देश के मैन्युफैक्चरर्स, अब तो बहुत बड़ा बाजार खुल गया, अब बहुत सस्ते में हमारा माल पहुंच जाएगा, इतने भाव से वो बैठे ना रहे, यह एक अवसर है, और इस अवसर का सबसे पहले मंत्र यह होता है, कि हम क्वालिटी पर बल दें, हम अब जब बाजार खुल गया है तो उत्तम से उत्तम क्वालिटी लेकर के बाजार में जाएं और अगर उत्तम से उत्तम क्वालिटी लेकर के जाते हैं, तो हम यूरोपियन यूनियन के 27 देशों के खरीदारों से पैसे ही कमाते हैं इतना ही नहीं, क्वालिटी के कारण से उनका दिल जीत लेते हैं, और वो लंबे अरसे तक प्रभाव रहता है उसका, दशकों तक उसका प्रभाव रहता है। कंपनियों का ब्रांड देश के ब्रांड के साथ नए गौरव को प्रस्थापित कर देता है और इसलिए 27 देशों के साथ हुआ यह समझौता, हमारे देश के मछुआरे, हमारे देश के किसान, हमारे देश के युवा, सर्विस सेक्टर में जो लोग विश्व में अलग-अलग जगह पर जाने के उत्सुक हैं, उनके लिए बहुत बड़े अवसर लेकर के आ रहा है। और मुझे पक्का विश्वास है, एक प्रकार से कॉन्फिडेंस कॉम्पिटेटिव और प्रोडक्टिव भारत की दिशा में यह बहुत बड़ा कदम है।

साथियों,

देश का ध्यान बजट की तरफ होना बहुत स्वाभाविक है, लेकिन इस सरकार की यह पहचान रही है- रिफॉर्म, परफॉर्म और ट्रांसफॉर्म। और अब तो हम रिफॉर्म एक्सप्रेस पर चल पड़े हैं, बहुत तेजी से चल पड़े हैं और मैं संसद के भी सभी साथियों का आभार व्यक्त करता हूं, इस रिफॉर्म एक्सप्रेसवे को गति देने में वे भी अपनी सकारात्मक शक्ति को लगा रहे हैं और उसके कारण रिफॉर्म एक्सप्रेस को भी लगातार गति मिल रही है। देश लॉन्ग टर्म पेंडिंग प्रॉब्लम अब उससे निकल करके, लॉन्ग टर्म सॉल्यूशन के मार्ग पर मजबूती के साथ कदम रख रहा है। और जब लॉन्ग टर्म सॉल्यूशंस होते हैं, तब predictivity होती है, जो विश्व में एक भरोसा पैदा करती है! हमारे हर निर्णय में राष्ट्र की प्रगति यह हमारा लक्ष्य है, लेकिन हमारे सारे निर्णय ह्यूमन सेंट्रिक हैं। हमारी भूमिका, हमारी योजनाएं, ह्यूमन सेंट्रिक है। हम टेक्नोलॉजी के साथ स्पर्धा भी करेंगे, हम टेक्नोलॉजी को आत्मसात भी करेंगे, हम टेक्नोलॉजी के सामर्थ्य को स्वीकार भी करेंगे, लेकिन उसके साथ-साथ हम मानव केंद्रीय व्यवस्था को जरा भी कम नहीं आकेंगे, हम संवेदनशीलताओं की महत्वता को समझते हुए टेक्नोलॉजी की जुगलबंदी के साथ आगे बढ़ने के व्यू के साथ आगे सोचेंगे। जो हमारे टिकाकार रहते हैं साथी, हमारे प्रति पसंद ना पसंद का रवैया रहता है और लोकतंत्र में बहुत स्वाभाविक है, लेकिन एक बात हर कोई कहता है, कि इस सरकार ने लास्ट माइल डिलीवरी पर बल दिया है। योजनाओं को फाइलों तक नहीं, उसे लाइफ तक पहुंचाने का प्रयास रहता है। और यही हमारी जो परंपरा है, उसको हम आने वाले दिनों में रिफॉर्म एक्सप्रेस में नेक्स्ट जेनरेशन रिफॉर्म के साथ आगे बढ़ाने वाले हैं। भारत की डेमोक्रेसी और भारत की डेमोग्राफी, आज दुनिया के लिए एक बहुत बड़ी उम्मीद है, तब इस लोकतंत्र के मंदिर में हम विश्व समुदाय को भी कोई संदेश दें, हमारे सामर्थ्य का, हमारे लोकतंत्र के प्रति समर्पण का, लोकतंत्र की प्रक्रियाओं के द्वारा हुए निर्णय का सम्मान करने का यह अवसर है, और विश्व इसका जरूर स्वागत भी करता है, स्वीकार भी करता है। आज जिस प्रकार से देश आगे बढ़ रहा है आज समय व्यवधान का नहीं है, आज समय समाधान का है। आज प्राथमिकता व्यवधान नहीं है, आज प्राथमिकता समाधान है। आज भूमिका व्यवधान के माध्यम से रोते बैठने का नहीं है, आज हिम्मत के साथ समाधानकारी निर्णयों का कालखंड है। मैं सभी माननीय सांसदों से आग्रह करूंगा कि वे आएं, राष्ट्र के लिए आवश्यक समाधानों के दौर को हम गति दें, निर्णयों को हम शक्ति दें और लास्ट माइल डिलीवरी में हम सफलतापूर्वक आगे बढ़ें, साथियों आप सबका बहुत-बहुत धन्यवाद, बहुत-बहुत शुभकामनाएं।