QuotePM's interaction with ITBP excursion groups of students from Sikkim and Ladakh
QuoteWork towards achieving the vision of a prosperous, corruption-free India: PM tells students

আই টি বি পিৰ শিক্ষামূলক ভ্ৰমণত অংশ লৈ ভাৰতৰ বিভিন্ন স্থানলৈ যাবলৈ ওলোৱা ছিক্কিম আৰু লাডাখৰ দুটা দলৰ ৫৩ জন ছাত্ৰৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎ কৰে। অতি ঘৰুৱাভাৱে প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি ছাত্ৰসকলে এখন সমৃদ্ধিশালী তথা দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ বাবে তেওঁলোকৰ আশা সম্পৰ্কে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক এই দিশত আগবাঢ়িবলৈ উৎসাহিত কৰে।তেওঁ লগতে ছাত্ৰসকলক অধিক কৰ্মক্ষম হ’বৰ বাবে শাৰীৰিক ভাৱে সবল হোৱাৰ চেষ্টা কৰিবলৈও আহ্বান জনায়। এই প্ৰসঙ্গতে যোগভ্যাসৰ প্ৰাসঙ্গিকতা সম্পৰ্কো আলোচনা হয়।

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে শিকাৰ আগ্ৰহৰ প্ৰতি গুৰুত্ব দি কয় যে সকলো মানুহে আজীৱন শিকাৰু হৈ থাকিব লাগে।

|

ছাত্ৰসকলে ডিজিটেল ইণ্ডিয়াৰ প্ৰতি আগ্ৰহ প্ৰকট কৰে। নগদবিহীন লেন-দেনৰ কথাও আলোচনা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনপটীয়া সুবিধা প্ৰদানৰদ্বাৰা সাধাৰণ মানুহ কেনেকৈ লাভান্বিত হৈছে তাৰ ব্যাখ্যা আগবঢ়ায়।

|

ছাত্ৰসকলে প্ৰধানমন্ত্ৰীৰদ্বাৰা ৰচিত ‘এক্সাম ৱাৰিয়ৰ’ গ্ৰন্থখনৰ কথা উল্লেখ কৰে যি তেওঁলোকক অপ্ৰয়োজনীয় চিন্তা তথা হেঁচা নোলোৱাকৈ জীয়াই থাকিবলৈ প্ৰেৰণা দি আহিছে।

|
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s services sector maintains strong momentum in May; job creation hits record high

Media Coverage

India’s services sector maintains strong momentum in May; job creation hits record high
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 জুন 2025
June 05, 2025

Citizens Appreciate 11 years of PM Modi’s Effort for Sabka Saath Sabka Vikas Empowering the Poor

Appreciation by Citizens Towards PM Modi’s Effort in Building a Greener, Stronger India: Sustainability and Innovation Taking Center Stage