PM reviews preparations for launch of Ayushman Bharat 
Ayushman Bharat will cover over 10 crore poor and vulnerable families providing coverage up to 5 lakh rupees per family per year

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া বাজেটত ঘোষণা কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনি ‘আয়ুষ্মান ভাৰত’ৰ শুভাৰম্ভণিৰ পূৰ্বে সোমবাৰে ইয়াৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

দুঘণ্টা জোৰা উচ্চ পৰ্যায়ৰ বৈঠকত আঁচনিখনৰ বৰ্তমানলৈকে হোৱা কাম-কাজৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় আৰু নিটী আয়োগৰ শীৰ্ষ বিষয়াসকলে প্ৰধাননমন্ত্ৰীক অৱগত কৰে।

এই আঁচনিখনে প্ৰতিটো পৰিয়ালক ৫ লাখ টকাৰ বীমা সুৰক্ষা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে ১০ কোটিতকৈ অধিক দুখীয়া আৰু অৱহেলিত শ্ৰেণীৰ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য ধাৰ্য কৰা হৈছে। হিতাধিকাৰীসকলে সমগ্ৰ দেশত নগদবিহীনভাবে ইয়াৰ সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য তথা আৰোগ্য কেন্দ্ৰসমূহৰ জৰিয়তে সাৰ্বিকভাৱে প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদানৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে সকলো বিষয়াক এই আঁচনিৰ যাতে সমাজৰ সকলো দুখীয়া আৰু অবহেলিত শ্ৰেণীৰ লোকসকলক সামৰি ল’ব পাৰে, সেই লক্ষ্যৰে কাম কৰিবলৈ আহ্বান জনায়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”