Atal Ji was a stalwart loved and respected across all sections of society: PM Modi
As a speaker, Atal Ji was unparalleled. He is among the best orators our nation has produced: PM: PM Modi
A long part of Atal Ji's career was spent in the opposition benches but he spoke about national interest and never compromised on the ideology of the party: PM
Atal Ji wanted democracy to be supreme: PM Modi

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রাক্তন প্ৰধানমন্ত্রী ভাৰতৰত্ন শ্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সন্মান জনাই এটি স্মাৰক মুদ্ৰা মুকলি কৰে৷ অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে শ্রী বাজপেয়ী আমাৰ মাজত যে নাই, সেয়া আমাপ মনে আজিও বিশ্বাস কৰিব পৰা নাই৷ 

বিশেষ ব্যক্তিত্বসম্পন্ন ব্যক্তিজনক সমাজৰ সকলো শ্রেণীৰ লোকে শ্ৰদ্ধা কৰিছিল বুলিও তেওঁ লগতে কয়৷

প্ৰধানমন্ত্রীয়ে কয় যে বহু বছৰ ধৰি শ্রী বাজপেয়ীৰ কন্ঠস্বৰ জনগণৰ কন্ঠস্বৰ আছিল। বক্তা হিচাপে তেওঁ অপ্ৰতিদ্বন্দ্বী আছিল৷প্ৰধানমন্ত্রীয়ে কয় যে শ্রী বাজপেয়ী দেশৰ অন্যতম সংগঠক আছিল।

ৰাজনৈতিক জীৱনৰ এক দীঘলীয়া সময় বাজপেয়ী বিৰোধী আসনত বহিছিল৷ তৎসত্ত্বেও সদায় তেওঁ দেশৰ স্বার্থত মাত মাতিছিল বুলিও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে শ্রী বাজপেয়ী সদায় গণতন্ত্ৰক প্রাধান্য দিব বিচাৰিছিল৷

শ্রী বাজপেয়ী সদায়ে সকলোৰে অনুপ্রেৰণা হৈ থাকিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আশা ব্যক্ত কৰে৷

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India attracts $70 billion investment in AI infra, AI Mission 2.0 in 5-6 months: Ashwini Vaishnaw

Media Coverage

India attracts $70 billion investment in AI infra, AI Mission 2.0 in 5-6 months: Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister welcomes new Ramsar sites at Patna Bird Sanctuary and Chhari-Dhand
January 31, 2026

The Prime Minister, Shri Narendra Modi has welcomed addition of the Patna Bird Sanctuary in Etah (Uttar Pradesh) and Chhari-Dhand in Kutch (Gujarat) as Ramsar sites. Congratulating the local population and all those passionate about wetland conservation, Shri Modi stated that these recognitions reaffirm our commitment to preserving biodiversity and protecting vital ecosystems.

Responding to a post by Union Minister, Shri Bhupender Yadav, Prime Minister posted on X:

"Delighted that the Patna Bird Sanctuary in Etah (Uttar Pradesh) and Chhari-Dhand in Kutch (Gujarat) are Ramsar sites. Congratulations to the local population there as well as all those passionate about wetland conservation. These recognitions reaffirm our commitment to preserving biodiversity and protecting vital ecosystems. May these wetlands continue to thrive as safe habitats for countless migratory and native species."