Atal Ji was a stalwart loved and respected across all sections of society: PM Modi
As a speaker, Atal Ji was unparalleled. He is among the best orators our nation has produced: PM: PM Modi
A long part of Atal Ji's career was spent in the opposition benches but he spoke about national interest and never compromised on the ideology of the party: PM
Atal Ji wanted democracy to be supreme: PM Modi

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রাক্তন প্ৰধানমন্ত্রী ভাৰতৰত্ন শ্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি সন্মান জনাই এটি স্মাৰক মুদ্ৰা মুকলি কৰে৷ অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে শ্রী বাজপেয়ী আমাৰ মাজত যে নাই, সেয়া আমাপ মনে আজিও বিশ্বাস কৰিব পৰা নাই৷ 

বিশেষ ব্যক্তিত্বসম্পন্ন ব্যক্তিজনক সমাজৰ সকলো শ্রেণীৰ লোকে শ্ৰদ্ধা কৰিছিল বুলিও তেওঁ লগতে কয়৷

প্ৰধানমন্ত্রীয়ে কয় যে বহু বছৰ ধৰি শ্রী বাজপেয়ীৰ কন্ঠস্বৰ জনগণৰ কন্ঠস্বৰ আছিল। বক্তা হিচাপে তেওঁ অপ্ৰতিদ্বন্দ্বী আছিল৷প্ৰধানমন্ত্রীয়ে কয় যে শ্রী বাজপেয়ী দেশৰ অন্যতম সংগঠক আছিল।

ৰাজনৈতিক জীৱনৰ এক দীঘলীয়া সময় বাজপেয়ী বিৰোধী আসনত বহিছিল৷ তৎসত্ত্বেও সদায় তেওঁ দেশৰ স্বার্থত মাত মাতিছিল বুলিও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে শ্রী বাজপেয়ী সদায় গণতন্ত্ৰক প্রাধান্য দিব বিচাৰিছিল৷

শ্রী বাজপেয়ী সদায়ে সকলোৰে অনুপ্রেৰণা হৈ থাকিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে আশা ব্যক্ত কৰে৷

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived