Share
 
Comments

মৌলানা আজাদ আৰু আচাৰ্য কৃপালিনীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মৌলানা আজাদ আৰু আচাৰ্য কৃপালিনীক ৰাষ্ট্ৰৰ প্ৰগতিৰ হকে অনবদ্য অৰিহণা আগবঢ়োৱা পুৰোধা ব্যক্তি হিচাপে সদায়ে স্মৰণ কৰা হ’ব। তেওঁলোকে দৰিদ্ৰসকলৰ লগতে যুৱ-প্ৰজন্মৰ সবলীকৰণৰ বাবে জীৱন উত্সৰ্গা কৰিছিল। জন্ম জয়ন্তীত তেনে মহানুভৱৰ প্ৰতি মই সেৱা জনাইছো। তেওঁলোকৰ আদৰ্শই আমাক সদায়ে অনুপ্ৰণিত কৰি থাকিব”।

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
India’s BJP Is the World’s Most Important Party

Media Coverage

India’s BJP Is the World’s Most Important Party
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM conveys Navroz greetings
March 21, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has greeted everyone on the occasion of Navroz.

The Prime Minister tweeted;

“Navroz Mubarak! On this auspicious occasion, I pray for the happiness and good health of everyone. May the year ahead bring greater prosperity and further the spirit of togetherness in our society.”