I congratulate all those who will be voting for the first time in the 2019 Parliamentary polls. Those born in the 21st century are now going to be voters and thus, they will play a role in shaping India's progress: PM
Our friends in the Congress see things in two time periods. BC- Before Congress, when nothing happened. AD- After dynasty- where everything happened: PM
India is seeing remarkable progress in the last four years. In all spheres, investment, steel sector, start ups, milk and agriculture, aviation, India's progress is outstanding: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক উত্তৰ আগবঢ়ায়৷ সদনৰ কামকাজ সূচাৰুৰূপে আগুৱাই নিয়া আৰু সুস্থ বিতৰ্কত অংশ লৈ সদনৰ মৰ্যদা বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সদস্যক ধন্যবাদ জ্ঞাপন কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিগত চাৰি বছৰত উল্লেখনীয়ভাৱে প্ৰগতি কৰিছে৷ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পৰা আৰম্ভ কৰি তীখা খণ্ড, ষ্টাৰ্ট-আপ, দুগ্ধ আৰু কৃষি, বিমান পৰিবহন আদি ক্ষেত্ৰত ভাৰতৰ প্ৰগতি অভূতপূৰ্ব৷ “আমি দ্বিতীয় সৰ্ববৃহৎ তীখা উৎপাদনকাৰী, দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাণকাৰী, চতুৰ্থ সৰ্বাধিক অট’মোবাইল নিৰ্মাণকাৰী দেশ হিচাপে চিহ্নিত হৈছে৷ আমি এনেকুৱা এখন ৰাষ্ট্ৰ, য’ত বৃহৎ পৰিমাণৰ শস্য উৎপাদন হয়৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
চৰকাৰৰ সফলতাৰ দিশসমূহ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ৫৫টা মাহত তেওঁৰ চৰকাৰে কৰা কাম আৰু বিগত ৫৫ বছৰে পূৰ্বৰ চৰকাৰে কৰা কামৰ সমীক্ষা লক্ষ্য কৰিলেই সকলো কথা স্পষ্ট হৈ পৰে৷ ‘স্বচ্ছতা অভিযানে এতিয়া ৯৮% অতিক্ৰম কৰিছে৷ ১০ কোটিৰো অধিক শৌচালয় নিৰ্মাণ কৰা হৈছে৷ ৫৫ বছৰত ১২কোটি গেছ সংযোগ দিয়া হৈছিল৷ ইয়াৰ বিপৰীতে যোৱা ৫৫ মাহত ১৩ কোটি গেছ সংযোগ আৰু ৬ কোটি বিদ্যুৎ সংযোগৰ ব্যৱস্থা আগবঢ়োৱা হৈছে৷’—প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ 
বিৰোধী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে বিপুল ভোটেৰে নিৰ্বাচিত কৰি দিয়া চৰকাৰখনে কি কাম কৰি আছে, সেয়া জনসাধাৰণে প্ৰত্যক্ষ কৰি আছে৷ তেওঁলোকে মহাঁযোটবন্ধনৰ চৰকাৰ নিবিচাৰে আৰু ইয়াক কেতিয়াও সফল হ’ব নিদিয়ে৷ 
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁক সমালোচনা কৰিবলৈ সকলোৰে অধিকাৰ আছে কিন্তু এয়া কৰিবলৈ গৈ তেওঁলোকে দেশক সমালোচনা কৰা উচিত নহয়৷
দুৰ্নীতি নাশ কৰিবলৈ চৰকাৰে বিৰামবিহীনভাৱে কাম কৰি আছে বুলিও তেওঁ কয়৷ 
বেনামী আইনৰ বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰেই বেনামী আইন প্ৰণয়ন কৰিছে আৰু বেনামী সম্পত্তিৰ গৰাকীক ক্ৰমান্বয়ে কৰায়ত্ত কৰিব ধৰিছে৷ 
ৰাফেলক লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকলো অভিযোগৰ তথ্য সহকাৰে প্ৰত্যুত্তৰ দিছে আৰু বিৰোধীয়ে অযথা বিতৰ্কৰ সৃষ্টি কৰি আছে৷ 
এনডিএ চৰকাৰে জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত সময়ছোৱাত প্ৰায় সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা হৈছে৷ 
এখন সৱল দেশ গঢ়িবলৈ তেওঁৰ চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দৰৱ তথা চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ সৈতে জড়িত সকলো সা-সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হৈছে৷ 
সংস্থাপন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰিবহন খণ্ডত সৰ্বাধিক চাকৰি সৃষ্টি হৈছে৷ যোৱা চাৰি বছৰত ৬ লাখৰো অধিক নতুন পেছাদাৰীয়ে কৰ্মক্ষেত্ৰত যোগ দিছে আৰু তেওঁলোকে আনৰ বাবেও সংস্থাপনৰ বাট মুকলি কৰিছে৷ ২০১৭ৰ ছেপ্তেম্বৰৰ পৰা ২০১৮ৰ নৱেম্বৰৰ ভিতৰত প্ৰায় ১.৮০ কোটি লোক কৰ্মচাৰী ভৱিষ্যনিধি পুঁজিত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰে ৬৪%ৰ বয়স ২৮বছৰৰ তলত৷ প্ৰধানমন্ত্ৰীয়ে লোকসভাত এইকথাও প্ৰকাস কৰে যে ৰাষ্ট্ৰীয় পেঞ্চন পদ্ধতি(এনপিএছ)ৰ অধীনত ১.২০ কোটি লোক পঞ্জীভুক্ত হৈছে৷ 
ভাৰতৰ বৈদেশিক নীতিয়ে দেশক গোলকীয় মঞ্চৰ সন্মুখলৈ লৈ গৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতে কি কয় সেয়া সমগ্ৰ বিশ্বই গুৰুত্ব সহকাৰে শুনে৷ পেৰিছ চুক্তি চূড়ান্ত হোৱাৰ পূৰ্বে বিশ্বৰ আগশাৰীৰ নেতাসকলে ভাৰতৰ সৈতে মতবিনিময় কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে এই কথাও স্পষ্ট কৰে যে ভাৰত ইজৰাইল আৰু পেলেষ্টাইনৰ সৈতে যিমান ঘনিষ্ঠ, চৌদি আৰৱ আৰু ইৰানৰ সৈতেও সিমানে ঘনিষ্ঠ৷ 
ভাৰতৰ প্ৰগতিত নতুন প্ৰজন্মৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়—‘২১ শতিকাত জন্ম গ্ৰহণ কৰাসকল এতিয়া ভোটাৰ হ’ব, গতিকে তেওঁলোকৰ ওপৰত ভাৰতৰ প্ৰগতি যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব৷’
তেওঁৰ চৰকাৰে সদায় দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰি আহিছে বুলি কৈ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ সামৰে৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A big deal: The India-EU partnership will open up new opportunities

Media Coverage

A big deal: The India-EU partnership will open up new opportunities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi interacts with Energy Sector CEOs
January 28, 2026
CEOs express strong confidence in India’s growth trajectory
CEOs express keen interest in expanding their business presence in India
PM says India will play decisive role in the global energy demand-supply balance
PM highlights investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government
PM calls for innovation, collaboration, and deeper partnerships, across the entire energy value chain

Prime Minister Shri Narendra Modi interacted with CEOs of the global energy sector as part of the ongoing India Energy Week (IEW) 2026, at his residence at Lok Kalyan Marg earlier today.

During the interaction, the CEOs expressed strong confidence in India’s growth trajectory. They conveyed their keen interest in expanding and deepening their business presence in India, citing policy stability, reform momentum, and long-term demand visibility.

Welcoming the CEOs, Prime Minister said that these roundtables have emerged as a key platform for industry-government alignment. He emphasized that direct feedback from global industry leaders helps refine policy frameworks, address sectoral challenges more effectively, and strengthen India’s position as an attractive investment destination.

Highlighting India’s robust economic momentum, Prime Minister stated that India is advancing rapidly towards becoming the world’s third-largest economy and will play a decisive role in the global energy demand-supply balance.

Prime Minister drew attention to significant investment opportunities in India’s energy sector. He highlighted an investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government. He also underscored the USD 30 billion opportunity in Compressed Bio-Gas (CBG). In addition, he outlined large-scale opportunities across the broader energy value chain, including gas-based economy, refinery–petrochemical integration, and maritime and shipbuilding.

Prime Minister observed that while the global energy landscape is marked by uncertainty, it also presents immense opportunity. He called for innovation, collaboration, and deeper partnerships, reiterating that India stands ready as a reliable and trusted partner across the entire energy value chain.

The high-level roundtable saw participation from 27 CEOs and senior corporate dignitaries representing leading global and Indian energy companies and institutions, including TotalEnergies, BP, Vitol, HD Hyundai, HD KSOE, Aker, LanzaTech, Vedanta, International Energy Forum (IEF), Excelerate, Wood Mackenzie, Trafigura, Staatsolie, Praj, ReNew, and MOL, among others. The interaction was also attended by Union Minister for Petroleum and Natural Gas, Shri Hardeep Singh Puri and the Minister of State for Petroleum and Natural Gas, Shri Suresh Gopi and senior officials of the Ministry.