Four years ago no one had thought that middlemen of the helicopter scam, Christian Michel would be in custody: PM Modi
We have a psychology here that whenever a person goes to a court accusing the government, then it is believed that the government will be wrong and the accuser is right. But every charge of corruption has been proved wrong: PM
India is a country that never stops, says PM Modi Bottlenecks have been removed through policy driven governance and predictable transparent policies: PM Modi
My vision is clear- the country with the world's youngest young population cannot see small dreams: PM Modi
Our focus is on proper education for children, employment for the youth, medical facilities for the elderly, irrigation facilities for the farmer and we are ensuring that people’s voice is heard: PM Modi
From just two mobile manufacturing factories in 2014, we have crossed 120 manufacturing units: Prime Minister Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত ৰিপাব্লিক টিভি সন্মিলন সম্বোধন কৰে৷

তেওঁ কালি মুম্বাইত এখন চিকিৎসালয়ত জুই লাগি নিহত হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে৷
এখন গতিশীল আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰৰ বাবে ইতিবাচক সংবাদৰ প্ৰয়োজনীয়তাক তেওঁ গুৰুত্ব সহকাৰে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু ক্ৰীড়াৰ দৰে কেইবাটাও ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিছে৷ ইয়াৰ সমান্তৰালকৈ সংবাদ মাধ্যমো দ্ৰুতগতিৰে আগবাঢ়িছে বুলি তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ছাৰ্জিং ইণ্ডিয়া’ শব্দই ১৩০কোটি ভাৰতীয়ৰ উদ্যমক প্ৰতিফলিত কৰে৷

তেওঁ কয় যে কিছু বছৰ পূৰ্বে, ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ হোৱাৰ দিশে ভাৰতবৰ্ষ অগ্ৰসৰ হোৱা অথবা ইজ অফ ডুয়িং বিজনেজৰ ৰেংকিঙত ভাৰতৰ উত্থান ঘটিব বুলি কল্পনা কৰাই কঠিন আছিল৷ কিন্তু এতিয়া এই সপোন সাৰ্থক হোৱাৰ দিশে ৷ তেওঁ পুনৰ কয় যে অপৰাধজনিত কাৰ্যৰ সৈতে জড়িত থকা সকলক এতিয়া শীঘ্ৰেই আবদ্ধ কৰা হৈছে আৰু ভুক্তভোগীক ন্যায় প্ৰদান কৰা হৈছে৷ বিগত চাৰি বছৰত কৰ ব্যৱস্থাত স্বচ্ছতা অনা হৈছে৷ দেশত আন্তঃগাথনি উন্নয়ন কিদৰে তীব্ৰতাৰে আগবাঢ়িছে, সেই কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ প্ৰতিমাহত প্ৰগতি বৈঠকৰ অধ্যক্ষতা কৰি তেওঁ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লৈ আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া ৰাষ্ট্ৰৰ স্বাৰ্থই ভাৰতীয় বৈদেশিক নীতিক পৰিচালিত কৰে আৰু ভাৰতৰ কন্ঠ আন্তঃৰাষ্ট্ৰীয় সমূদায়ে শুনে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইংগিত দিয়ে যে জিএছটিৰ ২৮% হাৰ বিলাসী সামগ্ৰীৰ দৰে কেৱল মাথো কেইটামান নিৰ্বাচিত সামগ্ৰীতহে আৰোপিত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সাধাৰণ লোকৰ ব্যৱহৃত প্ৰায় সকলো সামগ্ৰী অৰ্থাৎ ৯৯% সামগ্ৰীৰ জিএছটি ১৮% অথবা তাতোকৈ কম কৰিবলৈ চেষ্টা চলাই থকা হৈছে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt launches ₹20,000 crore credit guarantee scheme to boost MFIs

Media Coverage

Govt launches ₹20,000 crore credit guarantee scheme to boost MFIs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reflects on Navratri’s journey of unwavering faith
March 21, 2026

Prime Minister Shri Narendra Modi shared his reflections today on the spiritual significance of the holy festival of Navratri, highlighting the transformative power of faith in the Mother Goddess.Shri Modi shared a devotional hymn dedicated to the Goddess on this occasion.

The Prime Minister wrote on X:

"जगतजननी माता पर अटूट विश्वास उनके भक्तों में नई चेतना और स्फूर्ति का संचार करने वाला है।"