প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি গুজৰাটৰ আদলাজত অন্নপূর্ণা ধাম পৰিষদৰ শিক্ষণ ভৱন আৰু বিদ্যার্থী ভৱনৰ আধাৰশিলা মুকলি কৰে।

অনুষ্ঠানত উপস্থিত জনসাধাৰণক সম্বোধন কৰি প্ৰদান কৰা ভাষণত প্রধানমন্ত্রীয়ে কয়, ভাৰতত যুগে যুগে নানা সমস্যা সমাধানৰ কামত সামাজিক ক্ষেত্ৰৰ অগ্রণী ভুমিকা পালনৰ সমৃদ্ধিশালী পৰম্পৰা আছে। তেওঁ লগতে উল্লেখ কৰে যে, শিক্ষা ব্যৱস্থাৰ উন্নয়নত বিভিন্ন সমুদায়ে সংঘবদ্ধভাৱে আগুৱাই আহিছে। এনেদৰেই সামাজিক উদ্যোগসমূহেও মানুহৰ কল্যাণসাধন কৰিছে।

চর্দাৰ বল্লভভাই পেটেলক সুঁৱৰি প্রধানমন্ত্রীয়ে কয়, চর্দাৰ পেটেলৰ সমবায় ক্ষেত্রৰ প্রয়াসবোৰ কেতিয়াও পাহৰি উচিত নহয়।

প্রধানমন্ত্রীয়ে এই ভাষণ প্ৰসঙ্গতেই গুজৰাটৰ জনসাধাৰণক খাদ্য প্রক্রিয়াকৰণৰ ক্ষেত্রত কাম কৰাহৰ বাবেও আহ্বান জনায়।

তেওঁ লগতে কয়, এই ধৰণৰ মূল্য সংযোজনে কৃষক আৰু শিল্প দুয়োকেই উপকৃত কৰিব।

 

 

 

 

মা অন্নপূর্ণাক শ্রদ্ধা নিবেদন কৰি প্রধানমন্ত্রীয়ে কয়, অন্নপূর্ণা ধাম পৰিষদে সমাজক শক্তি যোগোৱা উচিত, যাতে লিঙ্গ বৈষম্য দূৰ কৰি সকলোৰেই নিশ্চিত সমৃদ্ধি পাব পৰা যায়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival