Jhunjhunu: PM Narendra Modi launches expansion of Beti Bachao, Beti Padhao movement and National nutrition Mission
PM Narendra Modi strongly pitches for treating daughters and sons as equal
Daughters are not burden, they are our pride: PM Narendra Modi

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ ঝুনজুনুত ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযান আৰু বেটী বচাও বেটী পঢ়াও আঁচনিৰ সম্প্ৰসাৰিত সংস্কৰণ মুকলি কৰে৷

প্ৰধানমন্ত্ৰীয়ে জিলা দণ্ডাধীশসকলৰ লগতে বেটী বচাও বেটা পঢ়াও আঁচনিৰ উপভোক্তা মাতৃ আৰু কন্যা শিশুসকলৰ সৈতেও বাৰ্তালাপ কৰে৷

বেটী বচাও বেটা পঢ়াও আঁচনিৰ অধীনত শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰা জিলাসমূহক তেওঁ প্ৰমাণপত্ৰ প্ৰদান কৰে৷

অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানক ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযান আৰু বেটী বচাও বেটী পঢ়াও আঁচনিৰ সম্প্ৰসাৰিত সংস্কৰণ মুকলিৰ স্থান হিচাপে বাচনি কৰাৰ বাবে সন্তুষ্টি ব্যক্ত কৰে৷ মহিলা সৱলীকৰণৰ দিশত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা সকলো পদক্ষেপত ৰাজস্থানে সহায়-সহযোগিতা আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে৷

অনুষ্ঠানত সমবেত বৃহৎ জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ শক্তিৰে ঝুনঝুনুক সমগ্ৰ দেশৰ সৈতে সংযুক্ত কৰা হৈছে৷ বেটী বচাও বেটী পঢ়াও আন্দোলনক আগুৱাই নিয়াৰ বাবে তেওঁ ঝুনঝুনু জিলাক প্ৰশংসা কৰে৷ লিংগক লৈ কোনো বৈষম্যৰ প্ৰশ্ন অৱতাৰণা নহয় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ল’ৰা সন্তানৰ দৰে কন্যা সন্তানেও উন্নত শিক্ষা লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

কন্যা সন্তান কেতিয়াও বোজা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে কন্যাসকলে বিভিন্ন ক্ষেত্ৰত আমাৰ দেশলৈ গৌৰৱ আৰু খ্যাতি কঢ়িয়াই আনিছে৷

শিশুক পৰ্যাপ্ত পুষ্টি প্ৰদানৰ গুৰুত্ব সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে ব্যক্তব্য আগবঢ়ায়৷ তেওঁ কয় যে মিছন ইন্দ্ৰধনুষে মহিলা আৰু শিশুসকলৰ জীৱনলৈ যথেষ্ট ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former PM Shri PV Narasimha Rao Ji on his birth anniversary
June 28, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. Shri Modi remarked that Shri PV Narasimha Rao Ji made enduring contributions to India’s progress during a critical phase of our nation’s history.

The Prime Minister posted on X:

Tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. He made enduring contributions to India’s progress during a critical phase of our nation’s history. He made a mark as an able administrator. He was also a distinguished scholar, blessed with immense knowledge and understanding of India’s diverse culture.