QuoteVaccination efforts are on at a quick pace. This helps women and children in particular: PM Modi
QuoteThrough the power of technology, training of ASHA, ANM and Anganwadi workers were being simplified: PM Modi
QuoteA little child, Karishma from Karnal in Haryana became the first beneficiary of Ayushman Bharat. The Government of India is devoting topmost importance to the health sector: PM
QuoteThe Government of India is taking numerous steps for the welfare of the ASHA, ANM and Anganwadi workers: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আশা আৰু অংগনৱাড়ী কৰ্মীসকলৰ পৰিশ্ৰামিক বৃদ্ধিৰ কথা ঘোষণা কৰে৷ আজি লক্ষাধিক আশা, অংগনৱাড়ী আৰু এএনএম কৰ্মীসকলৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সিং সাক্ষাতত প্ৰধানমন্ত্ৰীয়ে এই ঘোষণা কৰে আৰু এয়া অহা মাহৰ পৰা কাৰ্যকৰী কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে আশা কৰ্মীসকলৰ ভাট্টা দুগুণ কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰোপৰি, সকলো আশা কৰ্মী তথা তেওঁলোকৰ সহায়কসকলক প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত বিনামূলীয়া বীমাৰ সুবিধাও প্ৰদান কৰা হ’ব৷

|

প্ৰধানমন্ত্ৰীয়ে অংগনৱাড়ী কৰ্মীসকলক প্ৰদান কৰা পাৰিতোষিকৰ উল্লেখযোগ্য পৰিমাণৰ বৃদ্ধিৰ কথাও ঘোষণা কৰে৷ যিসকলে ৩০০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৪৫০০ টকাকৈ লাভ কৰিব৷ আনহাতে যিসকলে ২২০০ টকাকৈ লাভ কৰি আছে তেওঁলোকে এতিয়াৰে পৰা ৩৫০০ টকাকৈ লাভ কৰিব৷ তাৰোপৰি অংগনৱাড়ী সহায়কসকলে ১৫০০ টকাৰ ঠাইত ২২৫০ টকাকৈ লাভ কৰিব৷

যিসকল অংগনৱাড়ী কৰ্মী আৰু সহায়কে কমন এপ্লিকেচন ছফ্টৱেৰ (আইচিডিএছ-চিএএছ) ব্যৱহাৰ কৰি আছে তেওঁলোকে অতিৰিক্ত ভাট্টা পাব৷ এই ভাট্টাৰ পৰিমাণ ২৫০ টকাৰ পৰা ৫০০ টকালৈ হ’ব আৰু ই প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিব৷

|

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ আশা কৰ্মী, অংগনৱাড়ী কৰ্মী আৰু এএনএম (অক্সিলিয়াৰি নাৰ্চ মিডৱাইফ)ক তিনিটা ‘এ’ৰ সমষ্টি বুলি অভিহিত কৰে৷ তেওঁলোকৰ ঐক্যবদ্ধ কৰ্মদক্ষতা, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, স্বাস্থ্যসন্মত আৰু পুষ্টিগত সেৱা প্ৰদান তথা পোষণ অভিযানৰ লক্ষ্য প্ৰাপ্তি যি দেশৰ পৰা কুপুষ্টি হ্ৰাস কৰে-এই সকলো প্ৰয়াসৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

  • G.shankar Srivastav August 11, 2022

    नमस्ते
  • Jayanta Kumar Bhadra May 31, 2022

    Jay Sree Ganesh
  • Jayanta Kumar Bhadra May 31, 2022

    Jai Sree Ganesh
  • Jayanta Kumar Bhadra May 31, 2022

    Jay Sri Ram
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳🌷🌹
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳🌷
  • Laxman singh Rana May 17, 2022

    नमो नमो 🇮🇳
  • G.shankar Srivastav April 09, 2022

    जय हो
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Not just exotic mangoes, rose-scented litchis too are being exported to UAE and Qatar from India

Media Coverage

Not just exotic mangoes, rose-scented litchis too are being exported to UAE and Qatar from India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Former Prime Minister Shri PV Narasimha Rao on his birth anniversary
June 28, 2025

Prime Minister Shri Narendra Modi today paid tribute to former Prime Minister Shri PV Narasimha Rao on the occasion of his birth anniversary, recalling his pivotal role in shaping India’s development path during a crucial phase of the nation’s economic and political transformation.

In a post on X, he wrote:

“Remembering Shri PV Narasimha Rao Garu on his birth anniversary. India is grateful to him for his effective leadership during a crucial phase of our development trajectory. His intellect, wisdom and scholarly nature are also widely admired.”