It is my dream that every Indian has a Pukka house by 2022: PM Modi
PM Modi declares the 2019-2020 as the year of construction technology
PM Modi says a house is not only for walls, but a place where the power to dream comes and aspirations are fulfilled
The quality of houses and the space per home has improved in the last four and a half years: PM Modi #PradhanMantriAwasYojana
Out govt has built 1.3 crore houses and the previous govt made only 25 lakh houses: PM Modi #PradhanMantriAwasYojana

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত অনুষ্ঠিত নিৰ্মাণ প্ৰযুক্তি ইণ্ডিয়া ইভেণ্ট সম্বোধন কৰে৷

দেশৰ প্ৰতিটো পৰিয়ালৰ বাবে সপোনৰ ঘৰ নিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সংকল্প বাস্তবায়িত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা, হৃদয় আৰু অমৃত আদিৰ দৰে বিভিন্ন আঁচনিয়ে হাউছিং খণ্ডলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ তেওঁ কয় যে ভিন্ন ভৌগোলিক পৰিৱেশৰ সৈতে খাপ খোৱাকৈ প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰাটোও এক প্ৰত্যাহ্বানৰ বিষয়৷

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে সহজলভ্য হাউছিং, গৃহ নিৰ্মাণ খণ্ড, দক্ষতা বিকাশ আৰু হাউছিং প্ৰযুক্তিৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰা হৈছে৷

২০২২ৰ ভিতৰত প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে উপযুক্ত আৱাসগৃহ নিশ্চিত কৰাৰ সপোনৰ কথা   প্ৰধানমন্ত্ৰীয়ে পুনৰ এবাৰ স্মৰণ কৰে আৰু কয় যে এই পৰিকল্পনাৰ অংশ হিচাপে ইতিমধ্যে ১.৩ কোটি আৱাসগৃহ নিৰ্মাণ কৰা হৈছে৷ সক্ষমতা বৃদ্ধি আৰু দৰিদ্ৰক সহায় কৰিবলৈ সকলোকে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ তেওঁ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ আৰু অন্যান্য ইনচেনটিভৰ জৰিয়তে চৰকাৰে গৃহ ক্ৰয় সৰল কৰি তুলিছে৷ গৃহ নিৰ্মাণ (ৰেগুলেচন এণ্ড ডেভেলাপমেণ্ট)আইনে গ্ৰাহকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে আৰু গৃহ নিৰ্মাণ খণ্ডলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ তেওঁ কয় যে গ্ৰাম্য অঞ্চলত বৃহৎ পৰিমাণৰ দক্ষতাসমৃদ্ধ লোকৰ সৃষ্টি হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ল’ৱেল হাউচিং টেকন’লজী চেলেঞ্জ এনে এক মঞ্চ যিয়ে ভাৰতৰ নিৰ্মাণ খণ্ডক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰিছে৷ ২০১৯ৰ এপ্ৰিলৰ পৰা ২০২০ৰ মাৰ্চলৈ নিৰ্মাণ প্ৰযুক্তি বৰ্ষ হিচাপে উদযাপিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে৷

 

 

প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ল’ৱেল হাউচিং টেকন’লজী চেলেঞ্জ এনে এক মঞ্চ যিয়ে ভাৰতৰ নিৰ্মাণ খণ্ডক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰিছে৷ ২০১৯ৰ এপ্ৰিলৰ পৰা ২০২০ৰ মাৰ্চলৈ নিৰ্মাণ প্ৰযুক্তি বৰ্ষ হিচাপে উদযাপিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi