Emerging fields, including AI, Machine Learning, IoT, Blockchain and Big Data can take India to new heights of development and improve the quality of life of its citizens: PM
Industry 4.0 has the strength to drive irreversible positive change in India: PM Modi
Fourth Industrial revolution will help bring the required speed and scale to work being done in India: PM Modi
From ‘local solution’ to ‘global application’…We are moving ahead on this path: PM Modi
India’s contribution towards the fourth industrial revolution would leave the world stunned: PM Narendra Modi
#DigitalIndia has brought data to the villages; India has the highest mobile data consumption in the world and is also the country where data is available at the lowest price: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷

তেওঁ কয় যে ‘‘ইণ্ডাষ্ট্ৰী ৪.০’’ৰ মানৱ জীৱনৰ বৰ্তমান আৰু ভবিষ্যত পৰিৱৰ্তন কৰাৰ সামৰ্থ আছে৷ তেওঁ কয় যে এই চতুৰ্থ কেন্দ্ৰ মুকলিৰ জৰিয়তে ছান ফ্ৰান্সিস্ক’, টকিঅ’ আৰু বেইজিঙৰ পিছত ই ভৱিষ্যতৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব৷

তেওঁ কয় যে উদ্ভাসিত ক্ষেত্ৰসমূহ যেনে কৃত্ৰিম বুদ্ধিমতা, যন্ত্ৰ শিক্ষণ, ইণ্টাৰনেট অব্ থিংছ, ব্ল’কচেইন আৰু বিগ ডাটাই ভাৰতক বিকাশৰ নতুন উচ্চতালৈ লৈ যাব পাৰে আৰু নাগৰিকৰ জীৱন প্ৰণালী বিকশিত কৰিব পাৰে৷ তেওঁ ভাৰত কেৱল ঔদ্যোগিক নৱজাগৰণৰ বাবেই নহয়, সামাজিক নৱজাগৰণৰ বাবেও বুলি মন্তব্য প্ৰকাশ কৰে৷ ভাষণ প্ৰসংগত তেওঁ ইণ্ডাষ্ট্ৰী ৪.০য়ে ভাৰতত ধনাত্মক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে৷ তেওঁ কয় যে ই ভাৰতত প্ৰয়োজনীয় ক্ষীপ্ৰতা আৰু সম্পাদিত কৰ্মৰ মান নিৰ্ধাৰণ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ভাৰত আন্দোলনে কিদৰে ভাৰতৰ গাওঁসমূহলৈ পৰিৱৰ্তন আনিছে সেই বিষয়ে উল্লেখ কৰে৷ টেলি-ঘনত্ব, ইণ্টাৰনেট ব্যাপ্তি আৰু ম’বাইল ইণ্টাৰনেটৰ সংযোগ কিদৰে বৃদ্ধি হ’ব ধৰিছে সেই বিষয়েও তেওঁ আলোকপাত কৰে৷ ভাৰতত দ্ৰুত গতিত বৃদ্ধি হোৱা সাধাৰণ সেৱা কেন্দ্ৰসমূহৰ বিষয়ে তেওঁ কয়৷ তেওঁ কয় যে ভাৰতত বিশ্বৰ ভিতৰতে সবাতোকৈ অধিক ইণ্টাৰনেট ব্যৱহাৰ হয় আৰু ই আটাইতকৈ কম খৰচী৷ এই প্ৰসংগত তেওঁ ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ বিষয়ে উল্লেখ কৰি আধাৰ, ইউপিআই, ই-নাম আৰু জেমৰ বিষয়েও উল্লেখ কৰে৷ কিছুমাহ পূৰ্বে কৃত্ৰিম বুদ্ধিমতাৰ গৱেষণাৰ বাবে এক শক্তিশালী আন্তঃগাঁথনি সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় কৌশল প্ৰণয়ন কৰা হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে নতুন কেন্দ্ৰই এই প্ৰক্ৰিয়া অধিক সৱলীকৰণ কৰিব৷ তেওঁ কয় যে ইণ্ডাষ্ট্ৰী ৪.০ আৰু কৃত্ৰিম বুদ্ধিমতাৰ প্ৰসাৰণে উন্নত স্বাস্থ্য সেৱা তথা স্বাস্থ্যখণ্ডৰ ব্যয় সংকুচিত কৰিব৷ ইয়াৰ দ্বাৰা কৃষকসকলো উপকৃত হোৱাৰ লগতে কৃষিখণ্ডতো সহায়ক হ’ব৷ তেওঁ অন্য ক্ষেত্ৰসমূহ যেনে পৰিবহণ আৰু স্মাৰ্ট ম’বিলিটীৰ বিষয়ও উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতত এই ক্ষেত্ৰসমূহত কৰ্মৰ উত্তৰণ হোৱাৰ লগে লগে আমাৰ এটাই লক্ষ্য হ’ব ‘‘ভাৰতৰ বাবে সমাধান, বিশ্বৰ বাবে সমাধান’’৷

ভাৰতে চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ দ্বাৰা লাভবান হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ তেওঁ কয় যে ভাৰতে ইয়াত উল্লেখযোগ্য অৰিহণাও আগবঢ়াব৷ চৰকাৰৰ পদক্ষেপসমূহ যেনে দক্ষ ভাৰত অভিযান, ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু অটল ইনভেচন মিছন আদিয়ে আমাৰ যুৱ প্ৰজন্মক প্ৰস্তুত কৰাৰ উপৰিও নতুন প্ৰযুক্তি উদ্ভাসিত কৰি আছে বুলি তেওঁ জনায়৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi