QuoteGovt is committed to the continuous development and upgradation of DLW, which is a symbol of the industrial development of Varanasi: PM Modi
QuoteThere is immense potential for tourism in Varanasi, and all efforts should be made to keep the city clean: PM Modi
QuoteWaste to wealth… we are moving in this direction. Initiatives like the Kachra Mahotsav will further the cause of cleanliness: PM Modi
QuoteAyushman Bharat scheme is going to transform the health sector. It will provide top quality healthcare to the poor: PM Modi
QuotePOSHAN Yojana will help us tackle problems like malnutrition among children: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসী আৰু পাটনাৰ মাজত ৰে’লৰ ফ্লেগ অফ কৰে৷ তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে আৰু বাৰাণসীৰ ডিএলডব্লিউ গ্ৰাউণ্ডত এখন ৰাজহুৱা সভা সম্বোধন কৰে৷

|

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক উষ্ম আদৰণি জনোৱাৰ বাবে তেওঁ কাশীৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীৰ ঔদ্যোগিক উন্নয়নৰ প্ৰতীক হিচাপে চিহ্নিত ডিএলডব্লিউৰ ধাৰাবাহিক উন্নয়ন আৰু প্ৰগতিৰ বাবে ভাৰত চৰকাৰ সংকল্পবদ্ধ৷

|

গৃহ নিৰ্মাণ খণ্ডৰ উন্নয়নৰ বাবে তেওঁ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাকো শলাগ লয়৷

|

তেওঁ কয় যে বাৰাণসীত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু চহৰখনক স্বচ্ছ কৰি ৰাখিবলৈ সকলো প্ৰচেষ্টাহাতত লোৱা হ’ব৷

|

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে শেহতীয়াকৈ ঘোষণা কৰা আয়ুস্মান ভাৰত আঁচনিয়ে দেশৰ স্বাস্থ্য খণ্ডলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিব৷

|

ইয়ে দৰিদ্ৰ জনগণক উন্নত স্বাস্থ্যসেৱাৰে সাঙুৰি ল’ব বুলিও তেওঁ উনুকিয়ায়৷

আঁচনিসমূহ সম্পূৰ্ণ সূচাৰুৰূপে ৰূপায়ন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-প্ৰদেশ চৰকাৰক প্ৰশংসা কৰে৷

Click here to read full text speech

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
From Ghana to Brazil: Decoding PM Modi’s Global South diplomacy

Media Coverage

From Ghana to Brazil: Decoding PM Modi’s Global South diplomacy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Odisha meets Prime Minister
July 12, 2025

Chief Minister of Odisha, Shri Mohan Charan Majhi met Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office posted on X;

“CM of Odisha, Shri @MohanMOdisha, met Prime Minister @narendramodi.

@CMO_Odisha”