There is something very special about the land of Rajasthan. This is a land of courage: PM
Be it living in harmony with nature or defending our nation, Rajasthan has shown the way: PM Modi
The Central Government and the State Government are working together for the progress of Rajasthan: PM Modi in Jaipur
PM Modi highlights historic increase of 1.5 times in MSP, says Government is working for welfare of our hardworking farmers
Our aim is inclusive and all-round development: PM: PM Modi
There is no tolerance towards corruption. All our efforts are aimed at building a New India: Prime Minister

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত এখন ৰাজহুৱা সভাত বক্তৃতা প্ৰদান কৰে৷ তেওঁ ৰাজস্থানৰ বাবে ১৩টা নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ শিলান্যাসৰ ফলক অনাবৃত্ত কৰে৷

ইয়াৰ পিছত তেওঁ ভাৰত চৰকাৰ তথা ৰাজস্থানৰ কল্যাণমূলক যোজনাৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ এক শ্ৰব্য-দৃশ্য উপস্থাপন অৱলোকন কৰে৷ এই উপস্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেৰ দ্বাৰা পৰিচালিত হয়৷ এই যোজনাসমূহত বহু অন্য যোজনাৰ বাহিৰেও প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিও অন্তৰ্ভুক্ত আছিল৷

এক বিশাল তথা উৎসাহী জনসমুদ্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁ ৰাজস্থানে আগন্তুকক কিদৰে স্বাগতম কৰে তাৰে স্বয়ং এই অভিজ্ঞতা প্ৰাপ্ত কৰিছে৷ তেওঁ কয় যে আগন্তুকে এই প্ৰগতিৰ বাস্তৱিক দৃশ্য চাব পাৰে যি ৰাজ্যখনে পূৰ্বতেই প্ৰাপ্ত কৰিছিল৷ তেওঁ ৰাজস্থানক সাহসৰ ভূমি হিচাপে অভিহিত কৰি কয় যে প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰখাতেই হওক অথবা নিজৰ ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবেই হওক, ৰাজস্থানে সদায়েই পথ প্ৰদৰ্শিত কৰিছে৷

ৰাজস্থনাৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰাজ্যৰ কাৰ্য সংস্কৃতিলৈ পৰিৱৰ্তন আনিছে৷ তেওঁ কয় যে কেন্দ্ৰ চৰকাৰ আৰু ৰাজস্থান চৰকাৰে ৰাজ্যৰ প্ৰগতিৰ বাবে একত্ৰিত হৈ কাম কৰি আছে৷ তেওঁ কয় যে আজিৰ উপস্থানত উপস্থিত থকা হিতাধিকাৰীসকলৰ প্ৰসন্নতা উপস্থিত জনসমূহৰ সন্মুখত প্ৰকট হৈ পৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে বিশদভাৱে কয় যে কিদৰে কেন্দ্ৰ চৰকাৰে কৃষকৰ কল্যাণৰ বাবে কাম কৰি আছে৷ তেওঁ বৰ্তমান খাৰিফ বতৰৰ বিভিন্ন শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ ওপৰত আলোচনা কৰে৷

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান, জন ধন যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰু সৌভাগ্য যোজনাৰ সৈতে ৰাজস্থানত কেন্দ্ৰ চৰকাৰৰ বিভিন্ন যোজনাৰ প্ৰগতিৰ কথা সদৰী কৰে৷

অনাগত বৰ্ষত ৰাজস্থানে ৭০ বৰ্ষ সম্পূৰ্ণ কৰাৰ সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এক বিকশিত ৰাজস্থানৰ সৃজনৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিবলৈ আবেদন জনায় যিয়ে নতুন ভাৰতৰ নিৰ্মাণত এক মহত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways creates history with first live heart transport on Vande Bharat Express

Media Coverage

Indian Railways creates history with first live heart transport on Vande Bharat Express
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to launch ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August
August 01, 2026
Launch to mark Beginning of 100-Week Nationwide Jan Bhagidari Campaign against Substance Abuse

Prime Minister Shri Narendra Modi will launch the ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August 2026 at 11 AM through video conferencing. The initiative aims to inspire youth to stay away from substance abuse and encourage them to become ambassadors of positive social change in their communities

The launch will mark the beginning of a 100-week nationwide Jan Bhagidari campaign against substance abuse. Under this campaign, weekly activities will be organised every Sunday across the country to promote awareness and encourage public participation in building a drug-free society. The activities will include sports events, walkathons, meditation sessions, cultural programmes, awareness campaigns, nukkad nataks, discussion forums, art competitions and community engagement programmes.

The initiative seeks to further strengthen community participation by bringing together educational institutions, youth organisations, civil society groups, industry bodies and spiritual organisations on a common platform to create a collective movement against substance abuse.

The programme will witness participation from youth across the country from over 10,000 locations. MY Bharat Volunteers, MY Bharat National Service Scheme volunteers, youth clubs, schools, colleges, universities, NGOs, youth wings of industry associations and more than 125 partner spiritual organisations will participate in the programme virtually.