There is something very special about the land of Rajasthan. This is a land of courage: PM
Be it living in harmony with nature or defending our nation, Rajasthan has shown the way: PM Modi
The Central Government and the State Government are working together for the progress of Rajasthan: PM Modi in Jaipur
PM Modi highlights historic increase of 1.5 times in MSP, says Government is working for welfare of our hardworking farmers
Our aim is inclusive and all-round development: PM: PM Modi
There is no tolerance towards corruption. All our efforts are aimed at building a New India: Prime Minister

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত এখন ৰাজহুৱা সভাত বক্তৃতা প্ৰদান কৰে৷ তেওঁ ৰাজস্থানৰ বাবে ১৩টা নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ শিলান্যাসৰ ফলক অনাবৃত্ত কৰে৷

ইয়াৰ পিছত তেওঁ ভাৰত চৰকাৰ তথা ৰাজস্থানৰ কল্যাণমূলক যোজনাৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ এক শ্ৰব্য-দৃশ্য উপস্থাপন অৱলোকন কৰে৷ এই উপস্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেৰ দ্বাৰা পৰিচালিত হয়৷ এই যোজনাসমূহত বহু অন্য যোজনাৰ বাহিৰেও প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিও অন্তৰ্ভুক্ত আছিল৷

এক বিশাল তথা উৎসাহী জনসমুদ্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁ ৰাজস্থানে আগন্তুকক কিদৰে স্বাগতম কৰে তাৰে স্বয়ং এই অভিজ্ঞতা প্ৰাপ্ত কৰিছে৷ তেওঁ কয় যে আগন্তুকে এই প্ৰগতিৰ বাস্তৱিক দৃশ্য চাব পাৰে যি ৰাজ্যখনে পূৰ্বতেই প্ৰাপ্ত কৰিছিল৷ তেওঁ ৰাজস্থানক সাহসৰ ভূমি হিচাপে অভিহিত কৰি কয় যে প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰখাতেই হওক অথবা নিজৰ ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবেই হওক, ৰাজস্থানে সদায়েই পথ প্ৰদৰ্শিত কৰিছে৷

ৰাজস্থনাৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ৰাজ্যৰ কাৰ্য সংস্কৃতিলৈ পৰিৱৰ্তন আনিছে৷ তেওঁ কয় যে কেন্দ্ৰ চৰকাৰ আৰু ৰাজস্থান চৰকাৰে ৰাজ্যৰ প্ৰগতিৰ বাবে একত্ৰিত হৈ কাম কৰি আছে৷ তেওঁ কয় যে আজিৰ উপস্থানত উপস্থিত থকা হিতাধিকাৰীসকলৰ প্ৰসন্নতা উপস্থিত জনসমূহৰ সন্মুখত প্ৰকট হৈ পৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে বিশদভাৱে কয় যে কিদৰে কেন্দ্ৰ চৰকাৰে কৃষকৰ কল্যাণৰ বাবে কাম কৰি আছে৷ তেওঁ বৰ্তমান খাৰিফ বতৰৰ বিভিন্ন শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ ওপৰত আলোচনা কৰে৷

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান, জন ধন যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰু সৌভাগ্য যোজনাৰ সৈতে ৰাজস্থানত কেন্দ্ৰ চৰকাৰৰ বিভিন্ন যোজনাৰ প্ৰগতিৰ কথা সদৰী কৰে৷

অনাগত বৰ্ষত ৰাজস্থানে ৭০ বৰ্ষ সম্পূৰ্ণ কৰাৰ সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এক বিকশিত ৰাজস্থানৰ সৃজনৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিবলৈ আবেদন জনায় যিয়ে নতুন ভাৰতৰ নিৰ্মাণত এক মহত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A big deal: The India-EU partnership will open up new opportunities

Media Coverage

A big deal: The India-EU partnership will open up new opportunities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi interacts with Energy Sector CEOs
January 28, 2026
CEOs express strong confidence in India’s growth trajectory
CEOs express keen interest in expanding their business presence in India
PM says India will play decisive role in the global energy demand-supply balance
PM highlights investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government
PM calls for innovation, collaboration, and deeper partnerships, across the entire energy value chain

Prime Minister Shri Narendra Modi interacted with CEOs of the global energy sector as part of the ongoing India Energy Week (IEW) 2026, at his residence at Lok Kalyan Marg earlier today.

During the interaction, the CEOs expressed strong confidence in India’s growth trajectory. They conveyed their keen interest in expanding and deepening their business presence in India, citing policy stability, reform momentum, and long-term demand visibility.

Welcoming the CEOs, Prime Minister said that these roundtables have emerged as a key platform for industry-government alignment. He emphasized that direct feedback from global industry leaders helps refine policy frameworks, address sectoral challenges more effectively, and strengthen India’s position as an attractive investment destination.

Highlighting India’s robust economic momentum, Prime Minister stated that India is advancing rapidly towards becoming the world’s third-largest economy and will play a decisive role in the global energy demand-supply balance.

Prime Minister drew attention to significant investment opportunities in India’s energy sector. He highlighted an investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government. He also underscored the USD 30 billion opportunity in Compressed Bio-Gas (CBG). In addition, he outlined large-scale opportunities across the broader energy value chain, including gas-based economy, refinery–petrochemical integration, and maritime and shipbuilding.

Prime Minister observed that while the global energy landscape is marked by uncertainty, it also presents immense opportunity. He called for innovation, collaboration, and deeper partnerships, reiterating that India stands ready as a reliable and trusted partner across the entire energy value chain.

The high-level roundtable saw participation from 27 CEOs and senior corporate dignitaries representing leading global and Indian energy companies and institutions, including TotalEnergies, BP, Vitol, HD Hyundai, HD KSOE, Aker, LanzaTech, Vedanta, International Energy Forum (IEF), Excelerate, Wood Mackenzie, Trafigura, Staatsolie, Praj, ReNew, and MOL, among others. The interaction was also attended by Union Minister for Petroleum and Natural Gas, Shri Hardeep Singh Puri and the Minister of State for Petroleum and Natural Gas, Shri Suresh Gopi and senior officials of the Ministry.