India shares the ASEAN vision for the rule based societies and values of peace: PM
We are committed to work with ASEAN nations to enhance collaboration in the maritime domain: PM Modi

এচিয়ান ভাৰত স্মাৰক সমাৰোহৰ পূৰ্ণ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ভাৰত আৰু এচিয়ানে সামাজিক মূল্যবোধ আৰু শান্তিৰ এক উমৈহতীয়া লক্ষ্যৰ ভিত্তিত মানি চলে।আমি সামূদ্ৰিক ক্ষেত্ৰতো এচিয়ান দেশসমূহৰ লগত সহযোগিতা উন্নত কৰাৰ দিশে কাম কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

ভাৰত আৰু এচিয়ানৰ সহযোগিতা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

তেওঁ লগতে কয় যে যোৱা ২৫ বছৰত ভাৰত আৰু এচিয়ানৰ বাণিজ্য ২৫ গুণে বৃদ্ধি পাইছে। তেওঁ কয়, বিনিয়োগ বৃদ্ধি পাই গৈ আছে। ভৱিষ্যতে আমি বাণিজ্যিক সম্পৰ্ক আধিক শক্তিশালী কৰাৰ লগতে বাণিজ্যিক সম্প্ৰদায়ৰ মাজত অধিক যোগাযোগৰ ব্যৱস্থা কৰাৰ দিশতো কাম কৰি যাম।

ভাৰতত এচিয়ানৰ নেতাসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ উপস্থিতিয়ে ভাৰতীয়সকলৰ মন চুই গৈছে। এই বছৰৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত এচিয়ানৰ নেতাসকল মূখ্য অতিথি হিচাপে নতুন দিল্লীত উপস্থিত থাকিব।

 

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
AI startup Emergent raises $70 million from Khosla Ventures, SoftBank; valuation triples to $300 million

Media Coverage

AI startup Emergent raises $70 million from Khosla Ventures, SoftBank; valuation triples to $300 million
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
On the Statehood Day of Manipur, Meghalaya & Tripura, PM Modi shares a Sanskrit verse highlighting continuous effort and progress
January 21, 2026

The Prime Minister, Shri Narendra Modi today extended his warm greetings to the people of Manipur, Meghalaya and Tripura as the three North Eastern states celebrate their Statehood Day.

The Prime Minister conveyed his heartfelt wishes to all brothers and sisters of the region and expressed hope that, through their own efforts, they achieve success in every sphere of life.

On the occasion, the Prime Minister also shared a Sanskrit Subhashitam highlighting the spirit of continuous effort and progress.

The Sanskrit verse-
“चरैवेति चरैवेति चरन्वै मधु विन्दति।
सूर्यास्य पश्य श्रेमाणं न मामार न जीर्यति॥” conveys that one must keep moving and keep advancing, as only a consistently diligent person can taste the sweetness of progress, just as the sun tirelessly and endlessly illuminates the world with its energy.

Shri Modi posted on X;

“आज नॉर्थ ईस्ट के तीन राज्य मणिपुर, मेघालय और त्रिपुरा अपना स्थापना दिवस मना रहे हैं। इस अवसर पर यहां के अपने सभी भाई-बहनों को मेरी बहुत-बहुत शुभकामनाएं। अपने प्रयासों से जीवन के हर क्षेत्र में उन्हें सफलता मिले, यही कामना है।

चरैवेति चरैवेति चरन्वै मधु विन्दति।

सूर्यास्य पश्य श्रेमाणं न मामार न जीर्यति॥”