India shares the ASEAN vision for the rule based societies and values of peace: PM
We are committed to work with ASEAN nations to enhance collaboration in the maritime domain: PM Modi

এচিয়ান ভাৰত স্মাৰক সমাৰোহৰ পূৰ্ণ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ভাৰত আৰু এচিয়ানে সামাজিক মূল্যবোধ আৰু শান্তিৰ এক উমৈহতীয়া লক্ষ্যৰ ভিত্তিত মানি চলে।আমি সামূদ্ৰিক ক্ষেত্ৰতো এচিয়ান দেশসমূহৰ লগত সহযোগিতা উন্নত কৰাৰ দিশে কাম কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

ভাৰত আৰু এচিয়ানৰ সহযোগিতা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

তেওঁ লগতে কয় যে যোৱা ২৫ বছৰত ভাৰত আৰু এচিয়ানৰ বাণিজ্য ২৫ গুণে বৃদ্ধি পাইছে। তেওঁ কয়, বিনিয়োগ বৃদ্ধি পাই গৈ আছে। ভৱিষ্যতে আমি বাণিজ্যিক সম্পৰ্ক আধিক শক্তিশালী কৰাৰ লগতে বাণিজ্যিক সম্প্ৰদায়ৰ মাজত অধিক যোগাযোগৰ ব্যৱস্থা কৰাৰ দিশতো কাম কৰি যাম।

ভাৰতত এচিয়ানৰ নেতাসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ উপস্থিতিয়ে ভাৰতীয়সকলৰ মন চুই গৈছে। এই বছৰৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত এচিয়ানৰ নেতাসকল মূখ্য অতিথি হিচাপে নতুন দিল্লীত উপস্থিত থাকিব।

 

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership