প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে তেওঁক অভিনন্দন জনায়।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“শ্ৰী চিপি ৰাধাকৃষ্ণন ডাঙৰীয়াক সাক্ষাৎ কৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে তেওঁক অভিনন্দন জনাওঁ।
@CPRGuv”
Met Thiru CP Radhakrishnan Ji and congratulated him on winning the Vice Presidential election.@CPRGuv pic.twitter.com/yb9pbgvKXj
— Narendra Modi (@narendramodi) September 9, 2025


