প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৮ৰ কমনৱেলথ গেমছত পদক জয় কৰা দেশৰ টেবুল টেনিছ খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰে৷ নতুন দিল্লীস্থিত সংসদ ভৱনত খেলুৱৈসকলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰা চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে পদকজয়ী খেলুৱৈসকলক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে৷ শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ প্ৰদৰ্শনে সমদ্ৰ দেশক গৌৰৱান্বিত কৰিছে৷

ভাৰতৰ সৰু সৰু চহৰ-নগৰৰ পৰা ক্ৰীড়া প্ৰতিভাৰ উত্থান ঘটাত প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে আৰু কয় যে এই প্ৰতিভাৱান ক্ৰীড়াবিদসকলক পৰ্যাপ্ত সা-সুবিধাৰে আগুৱাই নিয়া উচিত৷

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যৱৰ্ধন সিং ৰাথোড়ো অনুষ্ঠানত উপস্থিত থাকে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুন 2026
June 23, 2026

Holistic Development under the Modi Government: Delivering Positive Transformation Across Every Sector