প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক গূড়ি পড়ৱা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ সকলোৰে সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
"সকলোকে গূড়ি পড়ৱা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এই বৰ্ষতো আনন্দময় আৰু নিৰোগী হওক, তাৰে প্ৰাৰ্থনা জনাইছো। বছৰটোত সকলোৰে মনোকামনা সম্পূৰ্ণ হ’ব বুলি মই আশা কৰিছো।"
गुढीपाडव्याच्या हार्दिक शुभेच्छा.
— Narendra Modi (@narendramodi) April 2, 2022
हे वर्ष आनंद आणि उत्तम आरोग्याचे जावो अशी मी प्रार्थना करतो.
आगामी वर्षात तुमच्या सर्व मनोकामना पूर्ण होवोत. pic.twitter.com/E0ocwJ3czA


