প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ম্যানমাৰৰ নিৰ্বাচনত জয়লাভৰ বাবে আং চান চু কী আৰু এনএলডিক অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “নিৰ্বাচনত জয়লাভৰ বাবে আং চান চু কী ও এনএলডিলৈ অভিনন্দন। ম্যানমাৰৰ গণতান্ত্ৰিক সন্ধিক্ষণত সফলতাৰে নিৰ্বাচন অনুষ্ঠিত কৰাটো হৈছে আন এটা পদক্ষেপ। আমাৰ বন্ধুত্বৰ পৰম্পৰাগত বন্ধন শক্তিশালীকৰণৰ অৰ্থে আপোনালোকৰ সৈতে কাম কৰি যাবলৈ মই আগ্ৰহী।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুন 2026
June 16, 2026

Viksit Bharat in Action: 12 Years of Roads, AI Unicorns, Export Booms & Unmatched Global Camaraderie"