প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত ৭১টা পদক জয়ৰ বাবে খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এয়া ভাৰতৰ সৰ্বোত্তম পদক তালিকা আখ্যা দিয়ে৷

তেওঁ এই পদক তালিকাক খেলুৱৈসকলৰ অতুলনীয় নিষ্ঠা, দৃঢ়তা আৰু খেলুৱৈসুলভ মনোভাৱৰ প্ৰমাণ বুলি অভিহিত কৰে। 

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“এছিয়ান গেমছত পূৰ্বতকৈ অধিক উজ্জ্বলি উঠিছে ভাৰত!

এই ৭১টা পদকেৰে, আমি সৰ্বোত্তম পদক তালিকা উদযাপন কৰিছো, এয়া আমাৰ খেলুৱৈসকলৰ অতুলনীয় নিষ্ঠা, দৃঢ়তা আৰু খেলুৱৈসুলভ মনোভাৱৰ প্ৰমাণ৷

প্ৰতিটো পদকে কঠোৰ পৰিশ্ৰম আৰু আবেগৰ জীৱন যাত্ৰাক আলোকপাত কৰিছে৷

সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আমাৰ খেলুৱৈসকলক বহুত বহুত অভিনন্দন৷”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's yuva shakti continues to make global impact: PM Modi

Media Coverage

India's yuva shakti continues to make global impact: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2026
July 19, 2026

Exports Booming, Skies Opening, Energy Transforming — PM Modi’s India in Full Flight