প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওঘৰস্থিত সৎসংগ আশ্ৰমৰ আচাৰ্যদেৱ অশোক ৰঞ্জন চক্ৰৱৰ্তীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “দেওঘৰস্থিত সৎসংগ আশ্রমৰ আচার্যদেৱ অশোক ৰঞ্জন চক্রৱর্তী তেওঁৰ নিঃস্বার্থ সমাজসেৱাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব৷ তেওঁ শিক্ষা, স্বাস্থ্য, সামাজিক ন্যায় আৰু সবলীকৰণৰ বাবে কাম কৰি গৈছে৷ এই শোকৰ মুহূৰ্তত তেওঁৰ সকলো ভক্তৰ প্ৰতি মই সমবেদনা জনাইছো৷ ওঁ শান্তি।“

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic

Media Coverage

Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ডিচেম্বৰ 2025
December 19, 2025

Citizens Celebrate PM Modi’s Magic at Work: Boosting Trade, Tech, and Infrastructure Across India