প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওঘৰস্থিত সৎসংগ আশ্ৰমৰ আচাৰ্যদেৱ অশোক ৰঞ্জন চক্ৰৱৰ্তীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “দেওঘৰস্থিত সৎসংগ আশ্রমৰ আচার্যদেৱ অশোক ৰঞ্জন চক্রৱর্তী তেওঁৰ নিঃস্বার্থ সমাজসেৱাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব৷ তেওঁ শিক্ষা, স্বাস্থ্য, সামাজিক ন্যায় আৰু সবলীকৰণৰ বাবে কাম কৰি গৈছে৷ এই শোকৰ মুহূৰ্তত তেওঁৰ সকলো ভক্তৰ প্ৰতি মই সমবেদনা জনাইছো৷ ওঁ শান্তি।“

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2026
February 03, 2026

Modi Hai Toh Mumkin Hai: India Gains Competitive Boost in US Market, Slamming Doubters