প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনেত এটা নিৰ্মীয়মান ভৱন ভাগি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটযোগে প্ৰধানমন্ত্ৰীj কাৰ্যালয়ে কয়,
“পুনেত এটা নিৰ্মীয়মান ভনত সংঘটিত দুৰ্ঘটনাক লৈ অতিশয় দুঃখিত হৈছো৷ মই দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিলো৷ প্ৰধানমন্ত্ৰী @narendramodi"
Pained by the mishap at an under-construction building in Pune. Condolences to the bereaved families. I hope that all those injured in this mishap recover at the earliest: PM @narendramodi
— PMO India (@PMOIndia) February 4, 2022